পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২৫৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

249 টিপ টি, ০f. পৰবৰ্তি সব্দ, সৰু মৰমিয়াল বস্থৰ এটিক বুজাই জেনে লৰাটি, বস্তুটি, affixed to nouns, and denoting diminutiveness or affection : টি য়া, s. সৰু, এবিধ ভাটো চৰাই, snai, a species of parrot. টিক, s. মুৰৰ মাজ, গচ আদিৰ আগ, টিকা, the crown, the tip টিকচালি, a. টটাটিঙ্গী, দষ্ট, mischierous. টিকটিকাই, ৮ জেঠিএ বা সৰু মাৰি আদিৰে কৰ। সন্ধ, to make a ticking sound as a lizard টিকটিকিয়া, adl. অতি খঙ্গাল বা ৰঙ্গ', very, exceedingly; applied to anger or redness. টিকনি, s. মাজ মুৰৰ চুলি, a tuft of hair left on the shaven crown. টিকা, s. সাস্ত্ৰৰ টিপনি, নিচইকৈ ভাবি আচে, প্রমান পোআ, ওখ মাটি, কোসৰ তল ভাগ, a commentary; certainty; definite knowledge; elevated land ; the hip. টিকাস্কাকৈ, ad. বুজি বাজি, ঠিক ৰুপে, understandingly, intelligently. টিকি, ৪. মনেৰে বুজি, টিকা৷ কৰি, উকি, to investigate, to ascertain; s, a call, a scream with মাৰি, to .cal টিকিৰ , a. কঁটিয়৷ , চুটি, ধপাত খে। আর এঙ্গাৰৰ ঘিলা, কানি পানৰ সৰু ভাগ, short; s. a ball of powdered charcoal or a preparation 'of opium and the pan leaf, used in smoki টিজ, s. নাৱৰ আগ গুবি, পৰ্বতৰ ওপৰ ভাগ বা সুিঙ্গ, the ends of a boat; the peak or summit of a mountain টিঙ্গটিঙ্গ, s. ধাতু আদিৰ টিঙ্গ iটল্প সর্ক, a tinkling sound টিঙ্গটিঙ্গাই, J. টিঙ্গটিস সব্দ কৰি, মুৰ কামুৰি বা বিসাই, to timkle; to টিনটিনাই, j feel a throbbing pain. টিন্সটিঙ্গিয়া, a. বেগতে খঙ্গ উঠ, of a quick temper, spirited. টিঙ্গনাs. ওখ মাটি, elerated land. টিঙ্গনাসালি, s লৌচৰ স্থান, অসুচি ঠাই, a privy or other unclean place. টিঙ্গালি, a. ওপৰাওপৰিকৈ উচাপি থোআ, ওখ, piled, heaped up, high . টিঙ্গিৰি, s9পানি আদি কহিওআ, বেঁতৰ সিকিয়াজুই তোলা তিখ", an instrument for carrying vater jars suspended from the shoulder, a steel for striking fire. টিঙ্গিৰি তুলাs. জুই তোলা বৰ সুকান বন্ধু, চোআ গচৰ তুল, tinder; (fig.) a passionate person. টিপ, s. চকুৰ প্রচাৰ, চকুৰ ইঙ্গিতেবে কোআ', , wink. a hinta টিপচি, s. এবিধ খুদু চৰাই, a species of small bird. টিপনি, s. সাস্ত্ৰৰ টিকাটিপাa note of explanation; a pinch, a squeeze.