পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/২২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

212 চোহা। চোকা, a. কাটন, উগ, পাগ, sharp, cutting, keen, pungent, spicy. চোকোটা, s. দখ বেজাৰ পাই সিকা, learning by painful experience. ! চোকোৰা, s. গুটি আদিৰ বাকলি, খহুৰ চলি, the shell of a nut or | Mitol s egg, a scab. TU চেঙ্গি, s. জন্তু থকা হাবি, মুগা আদি পোহা ঠাই, a place where the mooga silk worm is fed; a resort of wild beasts. চোঙ্গাই, v. আলি অলপকৈ বান্ধি অলপ অলপ দি থকা, to make a mere outline as of a road, to render slight assistance. চোপনি, s. মুখৰ সবদ, কেয়াই পিয়াহ খেআি সবদ, the noise made Lling by the mouth in sucking. চৌপা, s. চ পি খোআ, চোহা, the act of sucking. ) । চেবি, s. তামেলি কহিয়াৰ আদি খাই পেলোআ সিট, anything chewed and ejected from the mouth. চোবাই, . দাতেৰে কামুৰি, তেৰে গৰি কৰি, to bite, to masticate, to - wonischew, to grind with the teeth. Ogre চোদােআ, a. দাঁতেৰে গৰি কৰা, masticated, chewed. চোভা, s. সঙ্কা, মনেৰে ভবা, doubt, mistrust, suspicion, lack of confidence. চেমি, s. মুগা পােহা গচ, গাৰ চলিত চগা পৰি জোআ এবিধ ৰোগ, a 2 tree on which the mooga worm is fed, a disease of the skin. চোমনি, s. চোম গচনি, a grove of the above trees. চো মাৰি, ৩. বেগতে কোনাে কাম কৰা, চেগ মাৰি, to do quickly, to sieze an opportunity of doing or going. wtb or চোৰ, s. হৰন কৰোতা, চুৰ কৰোতা, a thief. চোৰচঙ্গি, s. ঘৰৰ খোটলিয়া চাঙ্গ, চুৰ কৰিব নোঅৰিাকৈ সজা চঙ্গি, a ( raised room in a house secured against thieves. চোৰাকৈ, ad. নেদাখাকৈ, চৰকৈ, গপতে, clandestinely, thievishly, privately, secretly. চোৰাত, s. গতি ডকা এবিধ গচ, a species of nettle. চোৰোকা, s. চুৰুকি পেলোআ, কোৰেৰে বন চাচি পেলোআ, hoeing or Tool clearing off the surface of the ground. চোৰেীকানি, s. চোৰোকা ঠাই, a cleared place. চোৰেীহা, s. এবেলি চুহি খোআ, গুটি এবিধ, sucking; an edible fruit. চোৰ্চোৰ, s. চেঁচিৰাৰ সদ, the noise of dragging anything along.। চোল', s. গতি পিন্ধা কুর্তা আদি সিয়া বস্তু, a coat, a jacket. চোলোক, s. সোক, পদ্য, a metrical composition, a stanza, a verse. চোহা, s. ৰস খোআ, চুহি থক, sucking, drawing into the mouth.