পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

7) গোল গোবৰুআ, s. গুপোত। পোক, an insect of the beetle species গোবদ্ধন, s. জি পবত ক্ৰিষই হাতেৰে দাঙ্গিলে, the fabled mountain that Khrishnoo held on the end of his finger to shelter the milkmen and maids of Brindabon in a tempest. গোবান্ধ, a. বৰ বেয়া, লেতেৰা, অকামিল', bad, contemptible, worthless. গোবিন্দ, s. ক্রিষ্ণৰ এক নাম, a name of Krishnoo. গোমগমুনি, s. সাপে খোআৰ উসধিয় লত৷ এবিধ, a species of vine used as an antidote to the bite of snakes. গোমধান, s. এবিধ ধান, খাদ্য দুব্য , maizeIndian . বিসে, corn গোম সাপ, s. বিসাল সাপ এবিধ, a species of poisonous serpest . গোমা, a. গোমোঠা বৰন, মলিন বৰ্ণ, dingy, soiledl, sollied, dusky. গোমাই, ৩. মেঘে ঢাকি থোআ, to be overcast with clouds গোমোঠা, a. গে।মা, বিবর্ন, faded, tarnished, soi!ed. গোমোআ, a. গোমাই থোআ, overcast, darkened, cloudy. গো, s. গুৰি আদি, the foot, the base, foundation or beginning গোৰ, s. লাথি, পদাঘাত, a kick, a stroke of the foot. গোৰ খোআ, a. অনেক দিন পানি আদিত পৰি থকা, দম হোআ, buried in mud and water, amassed গোৰগোৰাই, ড. গোৰগোবনি সব্দ কৰাভোৰভোৰাই, পেটে মতl, to roar to runble. to mutter. গোৰাই, . পানিত পুতি থৈ, to submerge, to put undler mud and water. গোৰালি, a. গুৰিৰ, belonging to the root or larger end; s. the blunt end of a thing, the tree near the root. গোৰোতাs. ভৰিৰ পাচ প্লাঠি, পানি আদিত পুতি বা পেলাই থোআl, the heel: an placed under mud and water, গোৰোঙ্গ, a. বৰ দ, থিয় দ, গোটোঙ্গ, precipitous, steep, perpendicular. গোচনা, s. হালধিয়াবৰনিয়া গন্ধ দুব্য এবিধ, a bright yellow pigment. গোৰোহনি, s. ভৰিৰ গোৰোআৰে মৰাstamping with the foot. গোৰোহাs. গেৰেহা, তল জোআ, পানি থকা, submerged in water, soggy. গোহাল, s. গৰখিয়৷ লৰ৷ গোট খাই সাও দি আlসাও সপনি, a curse, a curse of cowboys employed for the purpose, they being considered especial favourites of Krishnoo. গোলা, a. পানি দি জোল কৰাবস্তু বেচ1 ঘৰ, mixed or dissolved in water s. a merchant’s shop, a storehouse, a granary. গোলাপ, s. ফল এবিধ, a rose গোলাপি জাম, s. গোলাপৰ ঘানেৰে এবিধ বৰ জা, the rose apple .