পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

12 গোটা৷ গোহায়নি; s. গোহাইব তাড1, গাভৰুদেও, the wife of the above. গোখৰকট1, s. এবিধ ঔষধি গুটি, a kind of medicinal seed. গোথুৰা, s. গৰুব খুৰা, the hoof of cattle. গোগা, s. হাবিৰ মাজৰ দ খালগোঁগ, low jungle where water stands. গো-গ কৰাs. কোনো কথাৰ অলপ ওলোআ, a rumor, a slight intimation, the talking over ny matter of mere rumor. গোগোল, ৪. মুঠাৰ নিচিনা এবিধ বন, a grass of which mats are made . গোঙ্গ, s. , মাত ভালকৈ নুফট, having an impediment in the speech. গোঙ্গেৰিা, a. খঙ্গাল, আসই নোপোআ, angry, cross, reserved গে1চ, s. ঠে সব তল ফালৰ সিং, মঙ্গছ, ধান ৰ পলি বা কঠিয়াব গোচ1, the muscles of the lower part of the leg fiesh. meat, a bunch of grass or green grain ; a tuft of grass. গোচলোআ, s. ধান ৰুবলৈ প্ৰথম আৰম্ভ কৰাৰ ৰিতি, a ceremony per . formed at the beginning of transplanting paddy. গোচৰ, s. মকদ্দমানিবেদন, দমন, a law suit, a petition; anything perceptible by the senses, গোচৰাগচৰি, s. পৰাগৰ গোচৰ কৰ, mutual litigation eে টি চিানি গোচ1, s. কঠিয়াব মুঠি, a bunch of grass or grain for transplanting. গোচাৰক, s. গৰু ৰখিয়া, a herdsman , a cowherd. গোজগোজ কৰে, ad. । কালৈকো নেচাই বেগাই জোআ, steadily going forward regardless of anything. গোডগেজাই, গু. গুজৰি, খাঙ্গ কৰি, to rage, to be furious. গোজিহা, s. আলজিবাদোজিবা, the palate. গোজোথ গোজোং কৈ জোআls. কলৈকে। নেচাই, তললৈ মুকৈ জোঅ'to: walk in an abstracted manner. গোজেৰ ই, o . গেজেৰ। মৰি, to cause to roar. গোট, s. গ , ফল, এট , নভদ। বা তেনেই থকা, থপ, seed, fruit, one g. a whole a. unbroken entire. গোট কৰা, a. লগ কৰা, চপোআ, মুঠ কবা, gathered together, summed up. গোট কাঠ, a. একে ন জনা, knowing nothing, lit. like a log of wood. গোট খাই, J. লগ খাই, একে লগেই, to gather together, to assemble. গোট গৰু, .s. একো নজনা, মথ, a fool, an idiot, like a beast. গোটগেট, a.। এটা এট, one by one, scattered, dispersed. গোট ধৰ1, a. গটি ধৰ, ফল ধৰাbearing fruit, fruitful . গোট মৰা, a. টান মৰাডাঠ মৰাhardened, congealed, solidified গোট, a. নকটা, অচেদ, undivided , whole, entire, unbroken.