পৃষ্ঠা:অসমিয়া আৰু ইংৰাজি অভিধান.djvu/১৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

গল ls গৰোআ, a. গোটোআ, দমোআ, gathered together, hcaped, piled. গর্গৰিয়া, a. গৰগৰাই উঠা, খাই বৈ সকত বা ত্রিপ্তি হােআ, boisterous, roaring, satisfied and strengthened by eating. গর্জন, ৪. মেঘৰ সজ, বৰ ডাবি, thunder, tumult, roaring or ballowing. গজা, a. গর্জা, মেঘে সঙ্গ কব!, thundering, roaring, bellowing,growling. গর্জি, v. গাজি, সবদ কৰি, to roar, to thunder, to rumble, to rage, to scold. গর্ত, s. গীত, খাল, a cave, an excavation, a pit. গর্ব, s. অহঙ্কাৰ, গপ, pride, arrogance, haughtiness, scorn. গবি, ৫. অহঙ্কাৰি, গপি, arrogant, haughty, scornful. গালি, a. গফ কৰা, অহঙ্কাৰ, proud, vain-glorious, haughty. . গর্ভ, s. পেট, পেটত থকা সৰা চেআিলি, ত্ৰিনৰ গজালি না কেঁও, ভিতৰ, 978, a foetus, embryo or unborn child, the belly, the womb, the spatha of a plant, the inside, the middle. গর্ভধানে, s. পেট হোআ, গাভিনি হোআ, conception, pregnancy. গর্ভনাবেঙ্গা, ১. পেটৰ ৰোগ, abscess, a disease of the bowels, গর্ভপাত, s. গর্ভাব, গর্ভ নষ্ট হোআ, a miscarriage, an abortion. গভাৱতি, ৫. গর্ত ছোআ ত্রি, গী নৰিয়া, গা পৰসিয়া, pregnant, with child. গর্ভাসয়, ১. মনৰ ভাব, বা আসই, the secrets of the mind. গাঁ, s. ঠান, আক্রিতিনিচিনা, রুপ,নকচা, likeness, similarity, resemblance. গহনি, s. গহাৰ বেচ, বন্তু সজাৰ বেচ, the price paid for making or repairing brazen or metal vessels. গহ, a. নিন্দা বা বিগতি কৰা, সজা বা নির্মান কৰা, censured, forged. গহিত, a. নিন্দনিয়, নিন্দিত, সুঅনি, দেখিবলৈ ভাল, ঠগি, despicable, handsome, cornely, beautiful. গহিয়া খোকা, ৫. গালি খাই ফুৰা, treated witli scurrility and abuse. গহোআ, s. কৰোআ বা সজোআ, forging, working in metals. গল, s. কণ্ঠ, ডিঙ্গি, টেট, the lack. গলগণ্ড, ১. গৰল, ডিঙ্গি ডান্ধৰ হােআ, the goitrer গলগ্ৰহ, ১. কলগই, ডিজিৰ পৰা নেৰোআ, it. fastened to the neck, c. involvement in difficulty. গলগলিয়া, a. গহিন মতি, বৰ পতা, speaking in the throat, hoarsc. গলচেপ, s. ডিঙ্গি চেপা, টেটুত টেপা মৰা, throttling or strangling. গলধন, s. $ট, গলৰ ওপৰ ভাগ, নাৱৰ টিজৰ গুৰি, the upper part of the neck, the prow of a boat. গধা, s. ফঁহিয়াৰ সালৰ ভিমৰ ওপৰ ধৰা কাঠ, the beam in which the screw of a sugar mill revolves.