পৃষ্ঠা:অদৃষ্ট.pdf/৯৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

   বাটত বলোৱে ক’লে, —“মিছাতে সি ঘৰ-দুৱাৰ এৰিলে! তাকে নকৰি সি যদি কথাটো মোক ক’লেহেতেন, তেনে হলে মই তেতিয়াই আহি কথাটোৰ আঁতি-গুৰি লৈ যাব পাৰিলোঁ- হেতেন।”
   হৰ। যি হ’ল হল, এতিযা যেনেকৈ হওক তাক বিচাৰি উলিয়াব লাগিব।

________