পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

12 আচন্তোক কৃষ্ণ, অজামিল উপাখ্যান। পৰম ঈশ্বৰ, নামত সমস্ত সিদ্ধি ! ছবি । শুনি নৃপ পৰীক্ষিত, ঋষিত পুছত্ত পাছে, কৰি কৃতাঞ্জলি সৱহিত । নামৰ মহিমা যত, তোমাৰ মুখত শুনি, শুনি ভৈলো পৰম তৃপিতি ! যমৰ আগত পাছে, গোচৰ দিলেক লৈয়া, তিনি দুতে মহা পীড়া পায় । কোনবা প্রবোধ তাক, বুলিলস্ত তাদম্বাক, শুনিবাক মোৰ ইছ! যায় । পাতকী জনক আতি, কৰি যিটো উগ্ৰনাস্তি, যাৰ বশ্য জগতৰে প্ৰজা ৷ পৰম মহিমা ধৰ্ম্ম ৰাজা ॥ বাহাৰ আদেশ চুৰ্ণ, পৰাক্ৰমে নাহি সম, কহিওক মহা মুনি, নতু কৰে এক জন, জগত অন্তক যम, দুতৰ বচন শুনি, তান নতু শুনি আজ্ঞা ভঙ্গ । পাছে কেন কৰিলন্ত বঙ্গ ।