পৃষ্ঠা:অজামিল উপাখ্যান.pdf/৬৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অজামিল উপাখ্যান । 00 সমস্তে সংসাৰ, নামেসে উদ্ধাৰ, কহিলো পৰম বেদ !! ইহাৰ প্ৰমান, মনতে জানিবা, যিজনে নামক সাৰে । তাৰ আৰ তীৰ্থ, ব্ৰত তপ জপ, কৰ্ম্মত মন নপৰে । ভকতিসে মাত্র, কৰিবে নিশ্চয়, জীৱন তাৰ সফল । নায়ক নধৰি, সবে কৰ্ম্ম কৰি, নুগুছে মনৰ মল । পৰম গোপ্যনি, কথা যিটে৷ ইটো শুনে ভণে ভক্তি ভাৱে : মযাই যাতনাক, যমৰ দুতকে, চক্ষুকো মেলি নচাৱে । অদ্যপি অধম, মহা মন্দমতি অধৰ্ম্মক মাত্র সাঞ্চে। তথাপি ই কথা, শুনতে ভনন্ত, বিষ্ণু ভুবণত বঞ্চে। আর অদভুত, নেদেখিব৷ নৃপ নামৰ মহা মহিমা।