কা কৰু মনুৱা বিষয় বিলাস

<poem>

                          ।।ৰাগঃ বসন্ত ।। যতিঃ পৰিতাল।।
                         ধ্ৰূং|| কা কৰু মনুৱা বিষয় বিলাস|
                                দুৰ্ল্লভ মানৱী তনু পুনুহোঁ নাপাস||
                        পদ।। ভাৰতে মানবী তনু তৰণী উপাম|
                               দেহু ভৰা কলিকো ধৰম হৰি নাম||
                                গুৰু কেৰুৱালি ৰাম অনুকূল বাৱ|
                                হৰি গুণ গায়া ভৱ সাগৰ কুলাৱ||
                                আশা সকল গৰল কৰো দূৰ|
                                নাম অমিয়া পানে মন কৰো পূৰ||
                                কহয় মাধৱ দাস গতি নাহি আন|
                                সজ্জন জনেৰ সঙ্গ লেহু অগিয়ান||