ৰূপহ কোঁৱৰৰ চুমা পৰশতে


ৰূপহ কোঁৱৰৰ চুমা পৰশতে

লাজুকী কুঁৱৰী মৰহি যায়।

সোণতে সুৱগা হাঁহি সানি দিলে।

গোলাপী গালতে ৰঙে চৰাই।

সপোনৰে সখা আহি দিলে দেখা

দিয়া সখি দিয়া হিয়া বিলাই।