সূচী আলোচনা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu

প্ৰস্তাৱিত সংশোধন শৈলী

সম্পাদনা কৰক
  1. কিছু পৃষ্ঠাত Rh সাঁচটো মূল অংশত সোমাই আছে। সেয়া হে'ডাৰ অংশলৈ নিব লাগিব।
  2. কোনোটা আখৰৰ খণ্ডবাক্য আৰম্ভ হওঁতে আখৰটো অলপ ডাঙৰ আৰু গাঢ় কৰি দিব (যেনে- {{center|{{larger|'''খ'''}}}})।
  3. বেলেগ বেলেগ খণ্ডবাক্য লিখোঁতে ক'ল'ন বা অন্য উপায়েৰে ইন্‌ডেণ্ট কৰিব নালাগে, তলে তলে লিখি গ'লেই হ'ব।
  4. খণ্ডবাক্যবোৰ পঢ়িবলৈ সুবিধা হোৱাকৈ গাঢ় কৰি দিব।

Gitartha.bordoloi (talk) ২৩:০৮, ২১ অক্টোবৰ ২০২০ (IST)উত্তৰ দিয়ক

"A Dictionary Of Phrases From Assamese To Assamese And English.djvu" পৃষ্ঠালৈ উভতি যাওক।