শৈশৱ নৈয়েই লোটা-ঘটি বালিয়েই সিহঁতৰ ঘৰ জীয়াধলৰ মথাউৰিত থৰে থৰে কঁপিছে সময় ৰ’দে জিল মিল সোণালী শৈশৱৰ।
(পূৰ্বপ্ৰকাশঃ দৈনিক জনমভুমি, ০১/০৬/২০১৩)