কৃষ্ণৰ ৰহস্য জন্ম শুনা সৰ্ব্ব জনে। মোক্ষ-পদ সাধা আউৰ শ্ৰৱণ-কীৰ্ত্তনে॥ কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে সম্প্ৰতি। বোলা হৰি হৰি পাপ যাউক অধোগতি॥৩৩ চতুৰ্ব্বিংশতি অৱতাৰ সমাপ্ত॥১॥