পৃষ্ঠা:হেমকোষ.pdf/৯২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাচাৰ। an সমাচাৰ, স. শ. (সং. সমাচাৰ--সং + অ, উপস. + চৰ, গতি কৰ) বাৰ্তা, সম্বাদ, ayafa, news, information. সমাজ, স, শ. (সৎ, সমাজ --~সং + আ, উপস. +জা, জান্) মানুহৰ সমূহ; সভা; মেল, a multitude of men, assembly, a meeting. সমাজিক, স. শ, সপোন, a alrearn. সমাদৰ, স. শ. (সং. সমাদৰ-সং, উপস, + আদৰ, সৎকাৰ) আদব, সম্মান, es- pect, civility. সমাদৃত, কদ, স. (সং. সমাদৃত—সং + অ, উপস. + দূ, সন্মান কৰ) আদৰ পোৱা, HTY (948), respectul, received with সমাধি, স, শ. (সং, সমাধি-সং + , উপস. + ধ, ধাৰণ ক) ধ্যান, বাহ্য জান এৰি গভীৰৰূপে ঈশ্বৰৰ চিন্তা, a deep nulitation upon God. সমান, বি. (সং. সমান--সৎ+আ, উপস, +নী, পা) সম, ভুল; একে পৰিমাণৰ; খলা বমা বা ওখচাপৰ নোহোৱা, similar, qual, cven. সমানতা, গু. শ. সমান হোৱা গুণ বা অৱস্থা, equality, crenness. সমানে সমানে, ক্ৰি. বি. আপোনাৰ সমান লোকে সৈতে, এখন যেনে তেনে আন লোকে সৈতে, জোৰে জোৰে; যেনে, সমানে সমানে যুঁজিব লাগে, with a person equal to one's self, সমাপ, বি. (সং. সমাপক-সং, উপস, + আপু, পা) শেষ কৰা, সমাপ্ত কৰা, 97, completing, finishing. (#) সমাপিকা। সমাপন, কুদ, ৭. পূৰ কৰণ, সমাপ্ত কৰা কাৰ্য; যেনে, স্নান পূজা কৰি সমা- পন," completion, সমাপ্ত, ক. বি. শেষ কৰা, পূৰ্ণ কৰা, ended, finished, end. সমাপ্তি, স, শশে, অন্তু, ও, end, conclu- sion, সমীপবৰ্তী। সমাৰ, স. শ. (সং. সম্ব, দুবাৰ বোৱা হাল ). দ্বিতীয় বাৰ বোৱা হল, এবাৰ দীঘেবাই আকৌ পথালিয়ে বোৱা হাল, 8 second. ploughing. সমাৰ বা, দ্বিতীয় বাৰ হাল বা, to plough a second time. সমাৰ, স, ধা, দ্বিতীয় বাৰ হালেৰে চহা; দোষত লিপ্ত ক; যেনে, জগৰীয়াই নিজগনীয়াকে সমাৰে, to polough a second time, to implicate in a crime. সমাৰোহ্, স. শ. (সং. সমাৰোহ, আৰোহণKuldhar Rabha (talk) নম + আ, উপস.+ ৰূ, উঠ) আড়ম্বৰ, tena, eclal, slow, splendour. সমাৰ্থক, বি- (সং. সমৰ্থক-সম, তুলা + অৰ্থ, শব্দৰ ভাৱ একে ভাষাৰ আন এটা শব্দেৰে সৈতে ঠিক একে বা কিঞ্চিত লৰ অৰ্থ বুজোৱা; যেনে, সমাৰ্থক শব্দ, synonymous. সমালোচ, কৃদ স. (সৎ, সমালোচন - সম, + আ, উপস. + লোহ্ন, চা পৰামৰ্শ, আলচ, Consultation, সমা, স. শ. {সৎ, সমাস--সং, উপস.+ অস্, বিদ্যমান হ) অনেক পদক এক কৰিবৰ নিয়ম, & srainmatical mode of forming compound words. সমিচাৰ, স, শ. (সং. সমাচাৰ, সম্বাদ } মৌখিক বা লেখা উত্তৰ, an answer, a vepły (written or oral). সমিধান, স. শ. (সৎ, সম্বোধন, মাতন) মৌখিক উত্তৰ; যেনে, “আছে দান, feta," an answer, a reply (oral), সমিমিল, বি. (সং. সলিন, মিলোৱা +স, মিল) মিলা, পুনৰ মিল হোৱা, reconciled, সমীপ, স. শ. (সৎ, সমীপ-সং, উপস.+ আপ, জল; দুই নৈ গোট খোৱাৰ নিচিনা, এতেকে) ওচৰ, নিকট, proximity, neartens. সমীপবৰ্ত্তী, বি. (সং. সমীপবৰ্কিন-সমীপ+: ঝি, থকা) ওচৰত থকা, neighbouring