পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পদ। আত অনন্তৰে কথা শুনা সবজন। হলাহল বিষক প্রভু কৰিল। পাণ। হলাহল সিষক জাগিল। যােগবলে। (১) ব্রাহ্মণ সকলৰ দৰ্প গুচিলা সকলে।। (১) প্রাপ্য পুণ্যকৃতাং লােকাবা শাশ্বতীঃ সমা। শুচীনাং শ্ৰীমতাং গেছে যোগষ্টেহিতিজায়তে। অথবা মােগীনামেব কুলে ভণত বামত।। এতদ্ধি দুর্লভতৰং লোকেজন্ম সদাদৃশ। গীত', ৬৪১}৪২। সৰ্বচিন্তা পৰিত্যাগে নিশ্চিন্তো যোগ উচ্যতে। যোগশাস্ত্র। যােগােশ্চিত্ত বৃত্তি নিৰােধ। পাতঞ্জল, |২| যােগভ্রষ্টব্যক্তি পুণ্যকাৰ ব্যক্তি প্রাপ্য স্থানত বহু দিন থাকি পিছত সদা চাৰ সম্পন্ন ধনীৰ ঘৰত নাইবা ব্রহ্ম বুদ্ধি সম্পন্ন উচ্চ বংশত জন্মলাভ কৰে। সি জাত পৌ দেহিক বুদ্ধি প্রাপ্ত হই মুক্তি লাভ বিষয়ত বেচি যত্ন কৰে। যেতিয়া মানুহ সর্ব চিন্তা পৰিত্যাগ কৰে, তেতিয়া তেওঁৰ সেই মনৰ লয়া- বস্থাক যােগ বুলি উক্ত হয়। চিত্তৰ বৃত্তিসকলক ৰুদ্ধ বা নিৰােধ কৰাৰ নাম যােগ। যোগ বলে যে অত্যাশ্চর্য অমানুষিক কাম কৰিব পৰা যায় তাৰ এটা প্রমাণ হৰিদেবে হলাহল বিষ পাণ কৰি দেখুৱালে। যােগসিদ্ধ পুৰুষ বাক্যসিদ্ধ। যােগলে হৰিদেৱ ৰাজ দুতৰ মাজৰপৰা অন্তর্ধান হৈছিল। ব্রক্ষক পাব লাগিলে যোগ সাধন অত্যাবশ্যক। স্বয়ং ভগবানকও সেই গতিকে সর্বশ্রেষ্ঠ যােগ বোলা হয় যম-নিয়মাদি সাধনে হিংসা-কাম-লােভাদি পাপমল বিছৰিত আৰু কামনা বাসনা জাড়িত চিত্তবৃত্তিসকল নিৰুদ্ধ কৰিব পাৰিলেই হৃদয়স্থ চৈত পুকৰ (হৰিৰ) সাক্ষাৎ লাভ হয়। হৰিদেৱ গুৰু যে এজন প্রধান যােগী পুৰুষ আছিল তাৰ কোনাে ভুল নাই। তেওঁ এই যােগবলে হৰি অংশে জাত হৈ আকৌ যোগবলে নহাবিষ্ণুতে হয় প্রাপ্ত হয়।