দ্ৰোণ-বধ। ৭৫ নোৱাৰি প্ৰাণ লৈ পলাবলৈ বাধ্য হল। অশ্বত্থামা হস্তীক তাতে ভীমে গদাৰে কোবাই বধিলে (১)। দুৰ্যোধনে ৰণত পিঠি দিয়া দেখি, ক্ৰোধত অধৰ স্ৰোণাচাৰ্যই স্বয়ং উৰাৱত হৈ গৈ ভীমসেনক আক্ৰমণ কৰিলে। সেই সময়ত ভীম গদাযযাদ্ধা মাথোন; কিন্তু দ্ৰোণাচাৰ্যই তেওঁক অতি তীক্ষ্ণ বাণেৰে ক্ষতবিক্ষত কৰিবলৈ ধৰিলে, ভীমে গদা ঘূৰাই পাৰ্যমানে সেই বাণ ওফৰাব লাগিছে, কিন্তু দ্ৰোণ-বাণ অন্তু নপৰে। পাচলৈ ভীমসেনে অসহ্য বোধ কৰি, অন্যায় যুদ্ধ কৰাৰ বাবে দ্ৰোণাচাৰ্যক অশৰ গৰিহণা দিবলৈ ধৰিলে। নিজে অস্ত্ৰগুৰ হৈ, ছেগ ধৰি অভেদ্য ব্যুহ ৰচনা কৰি, সপ্ত- ৰথীয়ে বেৰি ধৰি, ঘোৰ অন্যায় যুদ্ধ কৰি, যোল বছৰীয়া শিশুযযাদ্ধা অভিমন্যুক বধ কৰা দুৰপনেয় পাপৰ কথা স্মৰণ কৰাই, দ্ৰোণাচাৰ্যক ভীমে গদাঘাত সদৃশ, ককৰ্থনা কৰিলে। ভীমে আৰু কবলৈ ধৰিলে যে, ব্ৰাহ্মণ পণ্ডিতে পাৰ্যমানে প্ৰাণী হিংসা নকৰে; কিন্তু দ্ৰোণে ব্যৰ্থ সিদ্ধিৰ অৰ্থে আৰু পুত্ৰ কল্যাণাৰ্থে, অন্যায়-অবিধিকৈ দেবা প্ৰয়োেগ কৰি হাজাৰবিজাৰ নৰহত্যা কৰিব লাগিছে। পৰম ধৰ্মাত্মা মহামতি ভীষ্মদেৱৰ আৰ্হিৰে প্ৰতিপ্ৰচাৰ কৰিও, পাণ্ডবৰাজ যুধিষ্ঠিৰক বন্দী কৰা চেষ্টা ব্যৰ্থ হৈ, যকৃত প্ৰতিজ্ঞা ভঙ্গ কৰিও দ্ৰোণ লজ্জিত হোৱা নাই। ইত্যাদি বিস্তৰ গৰিহণা দি ভীমে দ্ৰোণ হেন মহাপাপীৰ লগত যুদ্ধ কৰা বিধেয় নহয় বুলি নিৰ হবলৈ ধৰিছে (২), এনেতেনে আহি ভীমৰ (১) ভাৰতৰ শ্ৰেণত ৰা ত ইতি গজঃ এই চশমূলক কলিত এপ্তি কাহিলীৰ এৰ ভিৰি। ৰ পাচত এই বিষয় নি। দিয়া হৈহ। (২) এপ্তি ৰচনাত কামৰ এ নিৰ অৱস্থাৰু লায়ণ বুলি ৰখ হৈছে। কি, অমৰ পৰা, মীম এভিলা ভাবি নিকে।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২৫১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page251-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)