পথ উলিয়াই গৈ সসৈন্তে কেশৱৰ কাষ চাপিলেগৈ। সাত্যকিয়ে কৃষ্ণাৰ্জুনৰ উদ্ধাৰৰ অৰ্থে উত্ৰাৱল হৈ অহা দেখি, কংসচামৰ্দন মধুনিসূদন মহাবাহু শ্ৰীকৃষ্ণই হাঁহি মাৰি সাতকিক এইবুলি সম্বোধন কৰিলেহে শিনিবংশতিলক মহাৰথ। আমাৰ সাহায্যাৰ্থে এই সময়ত তুমি অহাৰ প্ৰয়োজন নাছিল। পাণ্ডৱপক্ষীয় সৈন্যসামন্ত যি পলাইছে, পলাৰলৈ দিয়া; আৰু যি আছে, যায় যদি সিবিলাককে বলৈ দিয়া। মই এতিয়াই অকলেই ভীষ্মক বধ কৰি স্ৰোণকে। সসৈয়ে নিপাত কৰে চোৱা।” এইবুলি, মুৰ্তিমান ভগৱান শ্ৰীকৃষ্ণই ততালিকে ৰত্ৰৰূপ ধাৰণ কৰি আৰু ৰণোলহত উলাহিত হৈ ৰথৰ ঘোঁৰাৰ বাঘজৰী দলিয়াই পেলাই, জাপৰি ৰথৰপৰা নামি, ৰখৰ চকৰি এটা বুটলি লৈ চক্ৰৱত (১) ঘুৰাই ঘূৰাই ভীষ্মক আক্ৰমণ কৰিবলৈ উৰাৱত হৈ ধাবিত হল। শ্ৰীকৃষ্ণৰ সেই আগন্তুক আক্ৰমণলৈ লক্ষ্য কৰি, কৃষ্ণভক্ত ভীষ্মদেৱে পৰম আহলাদেৰে এইবুলি তেওঁক আহ্বান কৰিবলৈ ধৰিলে,-“হে দেশে। হে অগন্নিবাস। আহা, আহ হে শাগদাপাণি! তোমাক নমস্কাৰ কৰে॥ হে লোকনাথ। হে ভূতশৰণ্য! এই যুদ্ধত মোক অনতিপলমে এই তে নিপাত কৰি উদ্ধাৰ কৰাঁহি (২)। কিন্তু (১) শ্ৰীকৃষ্ণৰ অন্যতম ৰণা আছিল। ৰখৰ কৰি ঘুৰাই ভীষ্মদেব এমুখ্যে যুণীসকলক বাসুদেৱে তাৰ নিদৰ্শন দেখুৱালে। এহেৰি দেৱে জগন্নিবাণ নমোহন্তু তে শাগদাপাণে। এসহং পায়ে লোক থোতমাং ভুৰেণ্য সংখ্যে।” মহাভাৰত,লীপ, আখ্যা। ইয়াৰপৰাই বুজা যায়, মহামতি তীৰে কৃতি কিমান গীৰ গালি। এ কে আনে এটা বিশিষ্ট এমা।
পৃষ্ঠা:শ্ৰীকৃষ্ণ-অন্ত্যলীলা খণ্ড.djvu/২২৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/7/7e/%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu/page226-975px-%E0%A6%B6%E0%A7%8D%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%83%E0%A6%B7%E0%A7%8D%E0%A6%A3-%E0%A6%85%E0%A6%A8%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A6%B2%E0%A7%80%E0%A6%B2%E0%A6%BE_%E0%A6%96%E0%A6%A3%E0%A7%8D%E0%A6%A1.djvu.jpg)