যৌন-তত্ত্ব 40 বয়সীয়াই সপ্তাহত ৫/৬ বাৰলৈকে পাৰে। ৩৫ আৰু ৫৪ বছৰৰ ভিতৰত সপ্তাহে দুবাৰ বা উদ্ধসংখ্যাই ৪ বাৰ আৰ, ৫৪ৰ পৰা ৭৫ বছৰলৈকে সপ্তাহত এবাৰ বা দুবাৰেই সীমা। এই কথাৰ সত্যতা উপলব্ধি কৰিবলৈ হলে বা মানিবলৈ হলে আমাৰ দেশৰ আব্দ বিলাতৰ ডেকা-গাভৰুৰ স্বাস্থ্য-পৰমায়ৰ কিমান প্ৰভেদ তাক ভালদৰে ভাবি চাই উলিয়াব লাগিব। আমাৰ দেশত শাস্ত্ৰমতে “পঞ্চাশোদ্ধম্ বনং ব্ৰজেৎ” পৰিমিত মৈথুন কাক বোলে নিশ্চয় (নিৰ্ণয়) কৰি কোৱা টান। কাৰণ দেশ, কাল, পাত্ৰ ভেদে তাৰ পৰিমাণভেদ ঘটিবয়ে। স্বী-পূৰ্ষেৰ স্বাস্থ্য আৰ, প্ৰকৃতিগত কামভাৱৰ ওপৰতো বহুতো নিৰ্ভৰ কৰিব। প্ৰকৃতিগত কামভাৰৰ ( sex urge) বিভিন্নতা দেখৱাবৰ কাৰণে ডাক্তৰ মাৰি ষ্টোপ্চে (Dr. Marie Stopes) নিজে জনা দগৰাকী তিৰোতা-মনিহৰ উদাহৰণ দিছে। দয়ো বিধৰ স্ফী-পষে নিৰোগী, সদস্থ আৰু, সৱল; দয়োৰো মাজত প্ৰকৃতিগত বিশেষ বৈষম্যতা একো দেখা নাযায়। দ্বামীৰ ভিতৰত পৰমাপ্ৰীতি আছে আৰু, সহবাস বিষয়ত স্ফী- পৰুেষৰ কাৰো অনিচ্ছা (undersexed) থকা বুলি জনা নগৈ ছিল আৰু, সেই বিষয়ে দুয়োৰো একমত। এহাতে দুবছৰৰ মূৰত এক্সৰ সহবাস কৰিয়েই পৰম সন্তুষ্ট আৰ, সেয়েই দম্পতিব সৰ্ব্বসাধাৰণ সহবাসবিধি হোৱা উচিত বুলি ভাবে, কিন্তু আন জেনে ২৪ ঘণ্টাৰ ভিতৰত নিতৌ তিনি-বাৰকৈ সহবাস কৰাকেই বিধি বুলি মানি লৈ ৩৬৫ দিনে সেই দবে চলিছে। এসময়ত কোনো কাৰ্য্য গতিকে ঘৈণীয়ে এদিন দুপৰীয়া উপস্থিত থাকিব নোৱাৰাত গিৰিয়েকৰ ক্ষোভৰ অন্ত নাই। তেওঁলোকে বিধিমতে চলি স্বাস্থ্যৰ হানি নোহোৱাকৈ পৰমানন্দে থকা দেখা গৈছিল। সদস্থ সবুল মান্নূহৰ ভিতৰতো যেতিয়া ইমান প্ৰভেদ দেখা যায় তেতিৰা ৰোগগ্ৰস্ত বা অসাধাৰণ লোকৰ ইয়াতকৈয়ো পাৰ্থক্য হব পাৰে তাক অনুমান কৰিব পাৰি। তিনিবাৰ বিধিৰ কথা শনি এজনা আদহীয়া ঘৈণীয়ে শ্ৰীমতী মাৰিক হেনো কৈছিল. “মোৰো গতি সেয়েই; মোৰ শৰীৰে নসয়, কিন্তু প্ৰভুয়ে নামানে; গতিকে ইচ্ছাই অনিচ্ছাই আজি ভালেমান বছৰৰ পৰা সেইদৰে সম্মতি দিয়েই আছোঁ।” এই বিষয়ে বহতো অনসন্ধান আব্দ, গৱেষণা কৰি যৌনতত্ত্ববিদ পণ্ডিত ডাঃ ৰবিয়ে (Dr. W. F. Robie) লেখিছে যে সাধাৰণ অৱস্থাত সপ্তাহে এক্সব বা মাহে এবাৰ সহবাসেই প্ৰকৃষ্ট বিধি। তেওঁৰ মতে ৩৫ বছৰৰ কম গতিকেই সহবাসৰ কামনা তৎপংব্বেই এৰিব লাগিব। আজিকালিৰ দিনত শাস্ত্ৰমতে চলা মানহৰ সংখ্যা খুব কম, গতিকেই শাস্ত্ৰৰ কথা বাদ দিয়ো শক্তি-সামৰ্থলৈ চাই সাধাৰণ অৱস্থাত সপ্তাহে গড়ে এবাৰ বা দুবাবকেই বিধি বলি ধৰিলে ৬০।৭০ বছৰলৈকে সম্ভোগ কৰি সদখে সন্তোষে থাকিব পাৰিব। কেতিয়াবা নিজৰ সবিধালৈ চাই এদিন বা এসপ্তাহত বেছি কম কৰি লোৱা অবিধি নহব। নিজৰ আৰ, শ্ৰীৰ প্ৰবৃত্তি, স্বাস্থ্য আৰু সামৰ্থ্যৰ লগত ৰিজাই নিজৰ বিধি-নিষেধ স্থিৰ কৰি লব লাগিব। স্ফীৰ ইচ্ছাই-অনিচ্ছাই ইন্দ্ৰিয় চৰিতাৰ্থ কৰা পশ,-প্ৰকৃতিত- কৈয়ো হীন দলিব পাৰি। সহবাসৰ সময়ত তিৰোতাৰ যে পুৰুষৰ দৰে পৰিতৃপ্তি হয় এই সাধাৰণ কথা নজনা মানুহৰ সংখ্যা নিচেই কম নহব। কিন্তু এইকথা নজনাৰ পৰা অশেষ অশান্তিৰ আৰু, ৰোগৰ কাৰণ হয়। পুষেৰ পৰিতৃপ্তি যিদবে হয়, স্ফীৰ ঠিক সেই দৰে নহয়। উত্তেজনাৰ চৰম অৱস্থাত পৰি- তৃপ্তিৰ আদিতে দ্বী-বীৰ্য্য লাহে লাহে বৈ থাকে। উচিত পৰিমাণে উত্তেজনা নহলে স্ত্ৰী-অঙ্গ সপ্তাৱস্থাত থাকে, সেই অৱস্থাত সহযোগ অবিধি, কাৰণ চেপ আব, শংকান অৱস্থাত সহযোগৰ ফলত অঙ্গ ক্ষত হোৱাৰ সম্ভাৱনা সবহ। পূৰ্ব্বৰাগৰ দ্বাৰাই সহকৰ্ম্মিণীৰ প্ৰাণত সমপৰিমাণে আগ্ৰহ জগাই তুলিব লাগিব।
পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/21/%E0%A6%AF%E0%A7%8C%E0%A6%A8-%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.pdf/page17-1024px-%E0%A6%AF%E0%A7%8C%E0%A6%A8-%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.pdf.jpg)