৫২ প্ৰাণস্পৰ্শী ঝঙ্কাবত, প্ৰেমগীতিব মধুৰ মৰ্চ্ছনাত, কাম কলাব প্ৰকৃষ্ট সাধনত, সবেতব্যাপাবৰ প্ৰকাব ভেদত পৰিশ্ৰান্ত দেহমনৰ পৰম পবিতৃপ্তি, আনিব পাৰিব লাগিব, তেহে দাম্পত্য জীৱন ধন্য হব। তালৈকে প্ৰৌঢ়া অৱস্থাতে কামৰূপা কামদা আব্দ শক্তি বপিণী প্ৰমদা হব লাগিব। শাস্ত্ৰমতে ১৬ বছবলৈকে বালিকা, ৩০ বছবলৈকে যুৱতী আব, ৫০ বছৰলৈকে প্ৰৌঢ়া তাৰ পিছতহে বৃদ্ধা; কিন্তু বৰ পবিতাপৰ বিষয় আমাৰ দেশত কুড়ি হলেই নূঢ়ী হয়। খোৱা-ঝেৱা সম্বন্ধে আমাৰ তিৰোতাসকল বব উদাসীনা। স্বামীয়েও সেই বিষয়ে বিশেষ খবৰ নকবে। স্বামী, ল'ৰা- ছোৱালী, আত্মীয়-স্বজন, চাকৰ-বাকৰ আদিয়ে খালে নিজে যিহকে পায় তাবে এমঠি খাই বান্ধনি ঘৰব বাজ হব পাৰিলেই বক্ষ। পৰে৷ শাকে-পাতে খাই কোনোমতে প্ৰাণ ৰক্ষা কৰা ভাৱটো গৃহ- বাসীৰ পক্ষে ভাল নহয়। শৰীৰ সদস্থ আৰ, সৱল কৰি ৰাখি, সন্তানাদিৰ আপ্ডাল সহ্য কৰি, আত্মীয়স্বজনৰ মনতুষ্টি সাধন কবি স্বামীসোহাগিনী হৈ দীৰ্ঘজীৱী হবলৈ হলে উচিত পবি- মাণে স্বাস্থ্যকৰ বলাধান বস্তু খাব লাগিব। স্বামীৰ সন্তোষ, ল’বা-ছোৱালীৰ তত্ত্বাৱধান আৰু, শিক্ষা, গৃহকাৰ্য্য পৰিচালনা নিজৰ সন্তোষবিধান, দেশৰ কাম ইত্যাদি সকলো ভালদৰে চলা- বৰ হলে স্বাস্থ্যৱতী আৰু শ্ৰীমতী হব লাগিব। অৱশ্যে ইয়াৰ দ্বাৰাই ইয়াকে বজাবলৈ খোজা নাই যে দ্ৰীয়ে কেৱল নিজৰ সংখ-সন্তোষ লৈয়ে ব্যস্ত থাকিব; স্বামীৰ লগত গৰ, আৰু সথ্য ভাবৰ সামঞ্জস্য ৰক্ষা কৰি চলিব পাৰিব লাগিব। শাশ্বত কৈছে তিৰোতা হব লাগিব- তবুণৰাম ফকন বচনাবলী “আজ্ঞাসম্পাদিনীদক্ষাং সপাং শীল মণ্ডনাম।” অৰ্থাৎ আজ্ঞাপালনকাৰিণী, ৰূপৱতী, গৃহকৰ্মদক্ষা সচ্চৰিত্ৰা হব লাগিব। আৰ, কৈছে “শীলেন প্ৰমদ।”— স্বামীবল্লভা পদ্মিনীৰ লক্ষণ পণ্ডিত এইদৰে লিখিছে : “কমল মকুল মূদ্বী ফল্লৰাজীবগন্ধা সমূৰত পয়সী যস্যাঃ সৌৰভং দিব্যমঙ্গে; চকিত মৃগ সনাভে প্ৰাৰচেনেত্ৰে স্তন যুগল মনৰ্ঘং শ্ৰীকল শ্ৰীবিড়ম্বি। তিলকুস,মসমানাং বিভ্ৰতী নাসিকাং সাং দ্বিজস,বগ,বাপ,জাং শ্ৰদধানা সদৈব কুবলয়দলকান্তিঃ কাপি চাম্পেয়গৌৰী বিকচকমলকেযো কামিনী কান্তবক্তা॥ ব্ৰজতি মদ সলীলং ৰাজহংসীব তন্বী ত্ৰিবলিললিতমধ্যা হংসবাণী সংবেশী। মব্দে, লঘ, শত্ৰুচি ভুক্তে বাজহংসী সংকেশী ধবলকুসামবাসোবল্লভা পদ্মিনী স্যাং॥” অৰ্থাৎ যাৰ দেহা পদমে কলিব দৰে কোমল, যাব সবত বস-সংগন্ধি, যাব চকু চকিত হৰিণীৰ চকুৰ দৰে, যাব শৰীব ফলা পদমে পাহিব দৰে, যাৰ চকুৰ প্ৰান্ত-ৰঙা, যাৰ কুচযগল পীনোন্নত আবূ, শ্ৰীলত কৈয়ো স্থূল, যাৰ নাক তিন্সফলৰ দৰে, যি নাৰী শ্ৰাজাৱতী; সদায় ব্ৰাহ্মণ, দেৱতাৰ আৰ, গবে,সেৱাৰতা, যাৰ শৰীৰ চম্পাফুলৰ দবে স্বৰ্ণবৰ্ণা আৰু যাৰ গতি ৰাজহংসৰ দৰে মন্থৰ আৰ, শোভন, যাৰ ক'কাল সৰু আৰ, বীৱলী শোভিত, যাব বচন সমধৰে, যি নাৰী সদায় সসজ্জিতা, যি কামিনীয়ে মৃন্দ, লঘ, আব্, পৱিত্ৰ আহাব কৰে তাকেই বল্লভা পদ্মিনী বোলে। সেই পদ্মিনী মণীয়েই হে কামিনী-কুল শ্ৰেষ্ঠা। দয়ো দুয়োকে বাজি পালে, দয়ো প্ৰকৃতিৰ নিয়ম উলঙ্ঘন নকৰি চলিলে স্বামী-স্ত্ৰীয়ে দীৰ্ঘকাল দাম্পত্য জীৱনৰ পূৰ্ণ সম্ভোগ যে ভোগ কৰিব পাৰে তাত সন্দেহ কৰাৰ কাৰণ নাই। সংযত স্বী-পষে উভয়পক্ষে ৬০।৭0 বছৰলৈকে পৰম আগ্ৰহেবে, পৰমাপ্ৰীতিবে প্ৰণয় যজ্ঞাগ্নিত যে পূৰ্ণাহতি দি থাকিব পাৰে তাৰ প্ৰমাণৰ অভাব নাই। আমি পব্বেই কৈছোঁ বাল্যসমূলভ অস্বাভাৱিক উপায়ে শত্ৰুক্ষয় আৰু, ক্ষীণ কৰিলে বিবাহিত জীৱনৰ পৰা আনন্দ পোৱা টান হয় আৰ; পালেও ক্ষণস্থায়ী হব তাত সন্দেহ নাই। “যৌৱনে কুক্কুৰী ধন্যা” অৰ্থাৎ যৌৱন কালত কদাকাৰকো শোভন যেন দেখি। আচলতে প্ৰৌঢ়া বা বৃদ্ধাৱস্থাতো সন্দৰী বোলায় স্বামীৰ চিত্ত আকৰ্ষণ কৰি সম্ভোগেচ্ছা জন্মাব পৰাকেহে আমি সন্দৰী তুলিব খোজোঁ। অতিৰিক্ত সহবাসত, শক্তি সামৰ্থ্যলৈ আওকাণ কৰি বহ, সন্তান উৎপাদন কৰাৰ ফলত দ্ৰীৰ অশান্তিৰ সীমা নাথাকে; স্বামীৰ অৱহেলাৰ পাত্ৰী হয় আৰু তেনে অৱস্থাত পূৰ্ণযৌবনা দ্বীৰো যৌবনকাল অতি শীঘ্ৰে অতীত হয়।
পৃষ্ঠা:যৌন-তত্ত্ব.pdf/১৬
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/2/21/%E0%A6%AF%E0%A7%8C%E0%A6%A8-%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.pdf/page16-1024px-%E0%A6%AF%E0%A7%8C%E0%A6%A8-%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.pdf.jpg)