[ ২১ ]
নুশুনিলে মোৰ হিয়া ভঙা মাত বন বিহাৰিনী পখী, বনে বনে মই মিছাতে ঘূৰিলোঁ আশাৰ সপোন ৰচি।
[ ২২ ]
ভাবিলোঁ মনতে অৰুণাচলত প্ৰিয়াৰ বাতৰি পাম, আকুল হৃদয়ে মেলিলোঁ ঢাপলি উঠিলোঁ সূৰুয ধাম।
[ ১৮ ]