অ ৪-- ৪ ভাগ্যপৰীক্ষা ( দুৱৰীৰ প্ৰবেশ ) দুৱৰী-মহাৰাজ, মাণিকলাল জহৰীয়ে বোলে এই সময়ত আহিবলৈ আদেশ পাইছিল। তেওঁ দুৱাৰত ৰৈ থাকি, মহাৰাজলৈ নিবেদন জনাই পঠাইয়ে। ৰজা-অ’, বাৰু আহক; লৈ আহগৈ। { দুৱৰীৰ প্ৰস্থান ৰাণী—কেনোবা জহৰী এটাই ভাল হীৰা এখন পাইছে বুলি খবৰ দিছিল নহয়? ৰজা-সেয়ে এই মাণিকলাল জহৰী; অতি সংস্বভাৱৰ মানুহ। আজি হীৰাখন লৈ আহিবলৈ মই চিঠি দিছিলে॥ {মাণিকলাল আৰু পানীৰমে সৈতে দুৱীৰ পুনঃ প্ৰবেশ ) মাণিক—মহাৰাজ আৰু মহাৰাণীৰ প্ৰতি আমি দুইজনে সম্মানেৰে প্ৰণাম জনাইছোঁ। ৰা--জহৰী, আহ আহ। তোমাৰ লগত এইটি কোন? সেই হীৰাৰ গৰাকী হ’ব পায়? মাণিক-হয় মহাৰাজ; হীৰ এইখন। বলাহীৰ হাতত লৈ চাই আৰু ৰাণীক দেখুৱাই। এইখন বাস্তবিকতে অতি উৎকৃষ্ট হীৰা; মই বেনে বিচাৰিছিলোঁ, ঠিক তেনে পাইছো। মাণিক-তাল ধেয়াৰ বিষয়ে আৰু মহাৰাজৰ ওচৰত মই কি মাতিম? মই অকল ইয়াকে জনাব পাৰে। যে, ইয়াতকৈ ভাল হীৰা মই পোৱা নাই।
পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/৭৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c1/%E0%A6%AD%E0%A6%BE%E0%A6%97%E0%A7%8D%E0%A6%AF_%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE.pdf/page77-787px-%E0%A6%AD%E0%A6%BE%E0%A6%97%E0%A7%8D%E0%A6%AF_%E0%A6%AA%E0%A7%B0%E0%A7%80%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A6%BE.pdf.jpg)