ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ। মুখে তাল্প হাস্য কৰি প্ৰকাসন্ত দেৱৰি কৃপাদৃষ্টি বুলিলা বচন। কৃক দেখিয়া সন্ত মহাশোকে কান্দিলন্ত ধাৰাৰে লোতক বহন্ত। ভগৱন্ত মহামতি আসা বাপু মহামতি মোৰ প্ৰাণ উদ্ধৱ মহন্ত। ১২০৮ জিৱাই লিৱাই ৰাধ। আছে নাই নেৰি কাবাপু মোত ভালকৰি। মোহোৰ বিযোগে দ্বাৰ দহে সব কলেৱৰ কি আছে কিবা গৈল মৰ। মোহোৰ বিযোগ দ্বাৰে গোপ কন্যা নিৰন্তৰে ভালে বাপু আচন্ত জিয়াই। গোপ সিসব তাত বৎস গৰু অসংগতি কৈল্যানে অচন্ত সিতো ঠাই। ১২০৯ মেৰ মাতৃ যষোদাই পুত্ৰৰ ৰিযোগ পাই কেনমতে দেহ ধৰিচন্ত। কিবা তোমাসাক দেখি বুলিলন্ত প্ৰানসখি মোত কহ উদ্ধৱ মহন্ত। মুনা নদিৰ তিৰে অমৃত সমান নিৰে তাতিপুন্য স্থান বৃন্দাবন। জল নাহিকয় জাত ৰসৰ মণ্ডল মোৰ ম্যকুঞ্জ কুটিৰে ৰঞ্জিত। কৃড়া : সৰোবৰ মোৰ তাতি ৰুচিকৰ পুষ্পৰ উদ্যান কিসিত। এমন অসংখ্যাত গুৰু গু নদ তত পুষ্পে পৰি কয় সোভিত। বটবৃক্ষ ভাণ্ডিৰৰ দেখিলাহ। মনোহৰ তাতলে বালকৰ চয়। গগাকুলত, গোষ্ঠচয় বৎস গৰু প্ৰকায় সমন্তে দেখিল মহাসয়। ১২১১ জদি জিবে বসতি তোমাক কি বুলিবন্তি সমস্তে কহিয়ো ভালমত।
পৃষ্ঠা:ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ.djvu/১২৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/d9/%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%AC%E0%A7%88%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4_%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A3.djvu/page127-1024px-%E0%A6%AC%E0%A7%8D%E0%A7%B0%E0%A6%B9%E0%A7%8D%E0%A6%AE%E0%A6%AC%E0%A7%88%E0%A6%AC%E0%A7%B0%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%A4_%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%BE%E0%A6%A3.djvu.jpg)