[ ৩০ ]
শিৰত থাকয় যেন কৃষ্ণ-পদ-ৰেণু। বৰ বাঞ্ছা,—দিয়া-নাথ ভক্তি-ৰস কানু॥ ৰাতুল চৰণে ঠাই দিবাঁ প্ৰভু ৰাম। মৰণ বেলাত যেন স্মৰোঁ তযু নাম॥ দয়া কৰাঁ দীন-নাথ অগতিৰ গতি। (উ) ত্তৰণৰ এক মাত্ৰ তুমি মূল ভেঁটি॥
গ্ৰন্থ সমাপ্ত ⸻⸻