৩২ বহী। [ ২ বাৰ, ৮ম সংখ্যা। আকে আকৃষ্ট হোৱা দেখি বৰ আশা হৈছে যে এই বিশুদ্ধ খ পূজীবিত হৰ আৰু নানা পন্থ না যত শুচি সৰুলো অসমীয়া মানুহ ফেডালি এৰ সূত্ৰৰে গৰা হৈ এক হৰ। অগদীশ্বৰে কৰক যেন আমাৰ আশা ফলৱতী এজন অসমীয়া। গুৰু-চৰিত্ৰ। ৰামৰাৰে ফলে গা এতিয়া তুমি অপেন কাৰ্য ভুঞা বিষ গ্ৰহণ , তুমি থকা আমি সেই কাৰ্য্য উপযোগী নহওঁ। শঙ্কৰদেৱে গুনি উত্তৰ দিলে, আমাক সেই বিষয় নালাগে, বহু কষ্ট কৰি শান্ত পঢ়ি সাৰ পাইছে, নাম লৈ বহি থাকি। ভূঞাসকলে এ ঘৰ বন্দী দি সকলোৰে ওপৰত গোমোগা পাতিলে। য়, বনগয়া, হৰি জামাই এইসকল প্ৰথমে চা কৰিছে; মহিপতি আতাই প্ৰথমে হচিৰণ কত কাপ ধৰি কতিৰ খুটি মাৰি শাৰ কৰিছে। এদিন ৰায় আৰু গুনে নালে; আমাৰ উত্তম দেখি গধুৰ ঠাই দেখি ঘৰ সাজি জিয়া, তাতে বহি শাস্ত্ৰ আলোচনা কৰি নাম গোৱা হব। কলিয়াবৰৰপৰা কাজলি মুখ- লৈকে মামৰ ঠাই বিচাৰি নাপালে, অৱশেষত পিতৃদেৱ কুম্বৰৰ সৰিয়ৰ খেতি কৰা ঠাই ফেৰা গধুৰ ৰু সৰ দেখি অনালে, ছেৰে ভাল যেন িেখ নামৰ সৰ অনুমভি কৰিলে। তাত নামটি প্ৰস্তুত হল। আৰু সকলো ভূঞাসকলৰ ও মাজিলে; সকলো জ্ঞাতি কুটুৰে মিল হৈ এৰ প্ৰতিষ্ঠা কৰি তিনি এসব কথা শ্ৰবণ কৰি সুৰে গায়ে। সিলিখাটা পচাই শ এজোপা নিতে কইছে। বৰণৰা কৰ ৮ পচাই বটত এটা পুলি কই এটা পাই লৈ কৰি বি। নতুৰ ঠাইত ঘৰ সজাত মীন পানীয়ে ৰ উw কৰা আন সেটি আলোচনা কৰি ফলে ফুসকলে যোগ হৈ গু নালে;
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৯২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/e/eb/%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%B9%E0%A7%80_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AC%E0%A6%9B%E0%A7%B0.pdf/page792-737px-%E0%A6%AC%E0%A6%BE%E0%A6%81%E0%A6%B9%E0%A7%80_%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%A5%E0%A6%AE_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%A6%E0%A7%8D%E0%A6%AC%E0%A6%BF%E0%A6%A4%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%AC%E0%A6%9B%E0%A7%B0.pdf.jpg)