পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঁহী। (১ম বছৰ, ১ম সংখ্যা যেনেকৈ লেখিবলৈ পালে? ইয়াৰ খাৰাই প্ৰমাণ নহয় নে নে ৰামাই পণ্ডিতে ৰচা শুৰুপুৰাণ এয়োদশ শকিতাৰ আগৰ নহয়। অথচ অসমীয়া দীপিকা পুধি খৃষ্টীয় দশম শতিকাত ৰচিত হৈছিল। অসমীয়া সাহিত্য বঙ্গসাহিত্যৰ প্ৰভাৱ নোপোৱাকৈ সুকীয়া ভাৰে উৎপন হোৱাৰ কথাত বিদ্যাবিনোদ মহাশৰে সন্দেহ প্ৰকাশ কৰি বৰ; পাকাৰে কৈছে যে চৈতদেৱৰ ধৰ্মৰ ঢল আহি আসাম পোৱাৰ লগে লগে সাহিত্যৰ চলো আসামলৈ আহি আগৰীয়া সাহিত্য চৰ্জন কৰিণ। আমি একেবাৰেই কওঁ যে এই কথা ভুল, মহাভুল। বঙ্গদেশৰ বৈৰুৱধৰ্মৰ চল আসাম পোৱাৰ আগেয়ে আসাত মহা- পুৰুষীয় বৈষ্ণৱ ধৰ্ম্ম ভালকৈ প্ৰচাৰিত হৈছিল। মহাপুৰুষীয়া বৈষ্ণৱ ধৰ্ম স্থাপন কৰাত শঙ্কৰদেৱে চৈতন্যদেৱৰপৰা যে কোনো সহায় বা উপদেশ পোৱা নাই সেই কথা আমি ডাঠকৈ কব পাৰে। অৱশ্যে আমাৰ কথাৰ কাৰণ আছে। আলামত ৰামায়ণ আঙ্গি পুথিৰ ভাঙনি শহাবীয়া শৰ্ম প্ৰচাৰিত হোৱাৰ আগৰেপৰা হৈছিল। মহাপুৰীয়া ঘই পুখি দশৰ কীৰ্ত্তন এদেৱে তেওঁৰ বয়সৰ টীকালত পুৰীহ চৈতদেৱক লগ পোৱাৰ ভালেমান আগেয়ে ৰচনা কৰিছিল। চৈতন্যদেৱ শৰদেৱতকৈ বহুত সৰ আছিল। শঙ্কৰদেৱ যেতিয়া ভূ-ডেকা, চৈতন্যদেৱ তেতিয়া পানী-কেচুৱা। শঙ্কৰদেৱ প্ৰচাৰিত বৈষ্ণৱ ধৰ্ম অসামত যেতিয়া গজগজীয়া, চৈতন্যদেৱে তেতিয়া নবীপত ক, খ, পঢ়িছিল। চৈতদেৱতকৈ শঙ্কৰদেৱ বয়সত ৩৬ বছৰৰ ডাঙৰ। চৈতন্য- সেৰে নিতে কোনো গ্ৰন্থ ৰচনা কৰা নাছিল; তেওঁৰ পিছত তেওঁৰ শিষ্য সকলে হে তেওঁৰ মত আৰু উপদেশ আদিৰে সৈতে প্ৰচাৰিত বৈষ্ণব গুখিৰিলাক লেখিছিল। এনে মূলত বঙ্গভাষাৰ বৈষ্ণৱ কবিসকলৰ বৈষ্ণৱ সাহিত্যই কেনেকৈ যে শঙ্কৰদেৱ আৰু মাধৱদেৱৰ অসমীয়া পুথিৰ ওপৰত এৱ বিস্তাৰ কৰিলে বুলিব নোৱাৰিলো। অনিকালি কোনো কোনোৱে শঙ্কৰদেৱক চৈতন্য শিয় বুলি এটা অদ্ভুত কথা কেতিয়াবা কেতিয়াবা কব খোজে। এই কথা যে অমূলক সালাম ৰাৱ সাগকে ১ , ২য় সংখ্যা দাসৰ ”