পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/১৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পশিছে কাণত এটি শুধুৰ গান,- শাহমা বিলে।. বানিয়ে হিমাহ এটি সুবিমল নানন্দ গেল। লুকোষ প্ৰণা আই অসম মাতৃয়ে হৰিষহ অতি। মধুৰ সঙ্গীত গায় মন উলাহত আনৰ গীতি। 'বাহীৰ শৰত পৰি অসম জননী উত্ৰাৱল প্ৰাণ। ধৰো আহা সবে মিলি খাতু লগে লগে শনি গান। ৰাশিয়া বাৰীৰ সুৰ পৰক গত হক বিমোহিত। উৎসাহী সেৱল আই। আগুৱাই ধৰি একেচিত। ‘বাহীৰ সুৰতে সুললিত শহী দিহি বই; শুনি সেই সুৰ যেন অসম মাতৃ আনন্দ উধায়। যি বাহী-সুত পৰি গোৰুলৰ নাৰী, উন্মাদিনী প্ৰায় আনন্দে মগণ হৈ কৃষ্ণক হিয়া ধৰিছিল হায়! নোৱাৰো কৰিৰ যদি সি বহীৰ সৰ ই বহীৰ তান, নোৱাৰে যদি সব মিলি-জুলি, সংসাৰৰ প্ৰাণ। কিন্তু সন্তানৰ এই ৰাহীৰ সুৰত সম-অননী। আনতে উৎফুন্না হই থাকিব নিচয় যনি সৌগিনী। মীন।