পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

828 কায়স্থ সমাজৰ ইতিবৃত্ত। ২। শ্ৰীযজ্ঞেশ্বৰ দত্ত ভূঞা ভাঃ () লক্ষ্মীদেবী । (২) সুমীত্ৰাদেবী ভবেন্দ্ৰচন্দ্ৰ | ১৮ ভাঃ অভয়েশ্বৰী | কন্যা ৰাধাচৰণ ৰয়ৰ তিলোত্তমা পৰিত্ৰ শ্ৰীনৃপেন্দ্ৰ শিব দেবে কন্যা (বনমাজা) ৩৷ মহীধৰ দত্ত ভূণা Iro কন্যা ৰামেশ্বৰী শ্ৰীৰমেশ্চন্দ্ৰ শ্ৰীবিদ্যাধৰ শ্ৰীদুৰ্গাধৰ উষাপ্ৰভা সত্যৱতী বাঃ মহেন্দ্ৰ বল্লভ দত্ত বি, এ, (বনগাওঁ)

৫। গিৰীশ্চন্দ্ৰ বা গৌৰীপতি-শ্ৰপতি নামৰ ভূঞা দুজন পোৱা যায়, এজনৰ বংশধৰ চেঙাৰ চৌধাৰীসকল আৰু আন জনৰ বংশধৰ বডিৰ ভূঞাসকল। এই জনা শ্ৰীপতি ভূঞা চণ্ডীভূঞাৰ সৈতে কনৌজপুৰ, লেঙ্গামাগুৰী আদি ঠাইত বাস কৰি ৰোটাক যায়। তেওঁৰ পৰবৰ্তী তিনি পুৰুষ লক্ষ্মীপুৰৰ ' বালিগাৱত স্বাধীনভাৱে থকাৰ পাচত গৌৰীপতি আন আন ভূঞা কেইজনমানৰ সৈতে নৰনাৰায়ণৰ আশ্ৰয় ল। গৌৰীপতি বৰ্তমান গোৱালপাৰা জিলাৰ বগৰীবাৰীত নৰনাৰায়ণৰ তলে ভুঞা আছিল। ৭৷ কীৰ্তিচন্দ্ৰ—অনুমান এওঁৰ দিনত পৰ ক্ষিতৰ ৰাজ্য ভাগে; সেই সময়ত কীৰ্তিচন্দ্ৰ বগৰীবাৰী এৰি বৰ্তমান কামৰূপ জিলাৰ তাপাৰ নাৰায়ণ গমঠাৰ বংশধৰৰ আশ্ৰয়ত বড়ীত আহি বাস কৰে৷ তেতিয়াৰপৰা এই বংশে বড়ীত বাস কৰি আহিছে। ১৭। শ্ৰীযুত ধনীৰাম দত্ত ভুঞা--এওঁ এজন শিক্ষিত উচ্চমনৰ লোক। বৰ্তমানে শিক্ষকতা কাম কৰি জীবিকা নিৰ্বাহ কৰে। শ্ৰীযুত প্ৰভাত চন্দ্ৰ দত্ত বি, এল,-এওঁ বৰ্তমানে ওকালতি কৰি জীবিকা নিৰ্বাহ কৰে। এওঁ আচাৰনিষ্ঠ আৰু ধৰ্মভীৰু; অলপ দিনৰ ভিতৰতে ওকালতিত সুনাম আৰ্লিব ধৰিছে। প্ৰবাদ এই বংশৰ উপৰি পুৰুষৰ হাতত এখন শ্ৰীগোপাল বিগ্ৰহ, প্ৰাচীন গীতা-ভাগৱত পুথি আৰু এটা সোণৰ কোমোৰা আছিল। সোণৰ কোমোৰাটো লৈয়েই নিজ বংশৰ ভিতৰত কাজিয়া হৈছিল। বৰ্তমানে সেই সোণৰ কোমোৰা নাই কিন্তু বিগ্ৰহ আৰু শাস্ত্ৰ আছে।