পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত্ত। পুনপনাৰায়ণ জানকীৰাম | বন্যা ভাঃ বাঞ্চপ্ৰিয়া পূৰ্ণিমা বিষ্ণুৰ কন্যা স্বাঃ পৰ বালিলেচা বালিকৰিয়া 7 পাপ্ৰিয়। ললিত গণেশ সাঃ শহিৰাম আঃ পদ্মাৱতী বালিকৰি জীৱদত্তৰ কন্যা বালিকৰিয়া | ১৪ গোপালচন্দ্ৰ ot: (>) কেশৱৰ কন্যা (জয়সাগৰ) ভা: (২) বৰিগোগ | ১৫ শ্ৰীৰাধাকান্ত শ্ৰীনীকান্ত ভাঃ ভৰথৰ কন্যা (তেৰেচিয়া) 1 বিজয় ঐবিপিন - ৰতিৰাম—এওঁ চৌধাৰী আছিল। তেওঁৰ পুত্ৰ বিজষচন্ত্ৰে পাটোৱাৰীৰ কাম কমিছিল; এওঁ বটিয। গাৱত (থকা ঠাইত) এটা ডাঙৰ পুখুৰী খান্দিছিল তাৰ চিন এতিযাও আছে। বিজয়চন্দ্ৰ ৩জি হৰিচন্দ্ৰে মজুমদাৰ কাম কৰিছিল। ৰতিবামে অহোম ৰজাৰ পৰা ২৫ পূৰ। নিস্কৰ মাটি পাইছিল। ইংৰাজ আমোলত সি নিশিখেৰাজ হয়। এই মাটি বৰ্তমান হস্তান্তৰিত হৈ গৈছে। ১০৷ শ্ৰীপতি-এওঁক কোচৰজাই গমঠা উপাধি দি তেৰেচিয়া গাৱত ৮০ পূ, বালিকৰিয়া-খাৰজৰাত ৬০ পূৰা, সন্ধাত ৫০ পূৰা আৰু মুগকুচিত ৪০ পূৰা মাটি দিয়ে। আৰু পদ্মনাভ গোসাইক ২০ বিশ ৰ ভকত দিয়ে। বৰ্তমানে তেৰেচিয়া আৰু বালিকৰি-খাৰজৰাৰ মাটি তেওঁৰ বংশধৰসকলে দখল ভোগ কৰি আছে। সেই সময়ত গমঠাৰ বহুত ক্ষমতা আছিল। ১৫ (২) সেনাপতি—এওঁ এজন সুশ্ৰী শিক্ষিত উচ্চমনৰ বুদ্ধিমান পুৰুষ আছিল। একাদিক্ৰমে বহুত বছৰ গুৱাহাটী লোকেলবোৰ্ডৰ সভ্য হৈ থাকি অনেক দেশ হিতকৰ কাম কৰিছিল। এওঁৰ সময়ত কামৰূপৰ উত্তৰ অঞ্চলত এৱেই এজন প্ৰধান লোক বুলি পৰিচিত হৈছিল। এওঁ বহুত ভূসম্পত্তি উপাৰ্জন এওঁ জীয়াই থকা দিনত সেই অঞ্চলৰ বহুত কাজিয়া তেওঁ আপোচে নিস্পত্তি কৰিছিল; অতি Fম মাকৰ্দমাহে কাছাৰিলৈ গৈছিল। এওঁ ফুৰিবলৈ গলেও এওঁৰ লগত ১০/১৫ জন মানুহ পাচে পাচে [ৰিছিল—আৰু ঘৰত থকা সময়ত তেওঁৰ প্ৰকাণ্ড চৰাঘৰ ৰাতিপুৱাৰপৰা ৰাতি ১০/১১ টা বজালৈ মানুহে হৰি ৰৈছিল। এওঁ ইমান শক্তিশালী পুৰুষ আছিল, যে যাকে যি কৈছিল সেয়ে তাক পালন কৰিছিল। কানো মানুহে সেই কথাৰ প্ৰতিবাদ নকৰিছিল। ইষ্টাৰ্ণবেঙ্গল ৰেলৰ লাইন প্ৰথমে খোলোতে লাইনত চাম কৰা কুলিয়ে ওচৰৰ ভিৰ ওপৰত অত্যাচাৰ কৰাত এওঁ খাতাৰিৰ ৰেন্দ্ৰনাৰায়ণ চৌধাৰীৰ সতে লগ লাগি এদিন ৫৬ শ মান মানুহ লৈ প্ৰায় ৬৭ শ কুলিক খেদি পঠাই দিয়ে। তেতিয়াৰপৰা গত কুলিৰ উপদ্ৰৱ হোৱা নাছিল।

  • এওঁ ১৫ শ পুৰুহে। পুষীনামাজ নষৰ ভুল হৈছে।