পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৩০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় মা ইতি। সৰ। শ্ৰীযুত হেমকান্ত দেৱ—এৱে। শত-আট আৰু উদ্যোগী পুৰুষ। এও উদাৰ চৰিততা। বৰ্তমানে নানা ঠাইত সমভাৱে ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছে। ১৷ সনাৰায়ণ-এওঁ দৰং অঞ্চলত সত্ৰ পাতি বহুত শিষ্য কৰিছিল; পাচত সুন্দৰীদিয়া যায়। ১৬৷ পৱিত্ৰ নাৰায়ণ-এওঁ এজনা উৎসাহী ওখ মনৰ সাধু আছিল; এওঁ নগাওঁ, দৰং আদিত ধৰ্ম পচাৰ কৰি ফুৰিছিল। ১৭৷ শ্ৰীযুত ৰামনাৰায়ণ—সল, উৎসাহী, ত্যাগী আৰু উদাৰ চৰিতৰ লোক। এওঁ পিতৃৰ আৰ্হিৰে ধৰ্ম প্ৰচাৰ কৰিবলৈ যত্ন কৰিছে। ১৫। দামোদৰ ঠাকুৰ-চতুৰ আৰু শাস্ত্ৰজ্ঞ পুৰুষ আছিল। ১৬৷ শ্ৰীযুত দীননাথ অধিকাৰী-নৈষ্ঠিক আৰু তত্ত্বজ্ঞলোক। গীত-পদ, ৰাগ-বাগিণীত নিপুণ পুৰুষ। ১৫। হৰিচৰণ ঠাকুৰ-এওঁ তেজপুৰলৈ উঠি আহে, আৰু নগৰৰ ৩ মাইল দূৰত পৰ্বতীয়া গাৱত স কৰি থাকে। এই সত্ৰৰ নামমা ‘সুন্দৰীদিয” ৰাখিছে। বংশধৰসকল ইয়াতেই আছে। ১৫। অমৃতভূষণ অধিকাৰী ঠাকুৰ-এওঁ বি-এ লৈকে পঢ়িছিল; জ্ঞানী আৰু সৰল প্ৰকৃতিৰ এওঁ অসমীয়া সাহিত্যৰ এজন ভাল লিখাৰু। মহাপুৰুষ মাধৱদেৱ পুৰুষৰ “• মঘোমা”ৰ ব্যাখা বৰ “শ্ৰীমন্নামঘোম” নাম দি প্ৰকাশ কৰি সকলোৰে শ্ৰদ্ধ ভজন হৈছে। এওঁ গৌৰীপুৰ হাইস্কুলত সহকাৰী হেডমাষ্টৰৰ কাম কৰিছিল। ১৬৷ শ্ৰীযুত নৃপেন্দ্ৰভূষণ অধিকাৰী বি-এ–ওঁ বি, এ পাচ কৰি গৌৰীপুৰ ৰা-চৰকাৰত চাবৰ কৰে। ১৫। অযযাধ্যাকান্ত অধিকাৰী—দলগোমা সত্ৰৰ অধিকাৰ আছিল। পুৰুষজন মিষ্টভাষী, সাধু অৰু ও শী আছিল। ১৬। ভুকান্তদেৱ অধিকাৰী-গান বাজনাত পৈণত অমায়িক ভদ্ৰলোক আছিল। এওঁ গৌৰীপুৰত বাস কৰিছিল। ১৬ গজেনাৰায়ণ অধিকাৰী—দলগোম। সত্ৰৰ অধিকাৰ আছিল। এওঁ সাধু, নৈষ্ঠিক আৰু জানী পুৰুষ আছিল। ১৮৷ গোপীনাথ ঠাকুৰ-এওঁ কোচবেহাৰৰ ধলগুৰিত ঘৰ কৰিছিল; পাচত চাংৰাক উঠি যায়। এব নাত শ্ৰীযুত ৰবিন্দ্ৰ নাৰাষণ দেৱ অধিকাৰী; বৰ্তমানে ছত্ৰশাল বা ৰামৰায় কুঠিৰ অধিকাৰ। এই সক গৌৰীপুৰ ৰাজে দিযা কিছু ভূমি আছে; এই ভূমিও বৰ্তমান অধিকাৰে ভোগ কৰে।

সুন্দৰীদিয়া সত্ৰৰ তামৰ ফলিৰ নকল। স্বস্তি স্মৰ শিৱসিংহ নৃপোৰীৰাগশ্যঃ সুবশাখি কল্প। সৌমাৰ পীঠ পুৰন্দ ঐশ্ৰীস্বৰ্গনাৰায়ণ দেৱ বৰ্য | নৃপনিকৰিীটে নৃসেব্যমানে মৰুৎকুল কমলদিনে শোনীতিকেসিহু। হিয়কৰহাৰহাৰাৰ বিস্তাৰ স্কীত্তি প্ৰলয়সময়ভানুংকাণ্ডচণ্ডপ্ৰতাপ। অসৌ ধৰ্মৰতঃ সম্যক্সমদ্যাং পবিত্ৰকামিমাং। ভক্তেত্য কামৰূপেশ্বিন ভক্তানাং ভয়হাৰিণীং। গগণতৰস শশাঙ্কশাকে ১৬৬০। কামৰূপদেশৰ বভুৱা ও বড়কায়স্থ ও চৌধাৰী