পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/২৬০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজৰ ইতিবৃত। কতে ইহকি কৰি উৰ্মি উপলয়। প্ৰেম বসে ধৰণীত পৰি বাগৰয়। সমস্ত ভকতে তাঙ্ক বেচি গুণ গাৱে। আপোনাক পাসবি থাক প্ৰেমভাৱে। হৰিনাৰাষণ দ্বিজ মাকান্ত আতা নৰোৱাত থাকিয়েই ধৰ্ম প্ৰচাৰ কৰে। ১৬৩৯ শকত এক স্বৰ্গী হয়। মাক আতাৰ ৰামচন্দ্ৰ নামে এটি লৰা আৰু মশোদা নামে এটি কন্যা আছিল। ৰামচন্দ্ৰ নৰোৱাত অধিক। হয়। ৰামচন্দ্ৰৰ বিষয় চৰিতত আছে :- “বিষয় সুখত ৰিকত ঠাকুৰ। মনে একো আশা নকৰিা বাৰী ঘৰ। তাহান ভাৰ্যাত যেবে জটিল কুমাৰ। তৈলা ৰামচন্দ্ৰ নাম ঠাকুৰ সুন্দৰ॥ পৰম শোভন ধীৰ গৰ্ভৰ সুঠাম। যাক (দখি ভকতৰ পূৰে মাকাম।”৫১২ হৰিনাৰাষণ দ্বি ৰামচন্দ অ ৩' দেখত “দেখি যেন তপস্বী”। তেওঁ শিল্প কাম ভ'ল জানিছিল বিশ্ব নামত সদাষ • * আছিল। (৪ এটি বি•ে • নাম ঘৰ সজাইছিব। বিসিংহ ৰজাই আ ব বৰ স্নেহ কৰিছিল “অনন্তৰে শিৱসিংহ ৰাজ চৰা নাও দিল। ভক্তম ঠাকুৰ মহন্ত। মানাহক সীমা কৰি পশ্চিম চইৰ মানে ভব তক চাহি ফুৰিল।”৫২৫ হৰিণাষণ দ্বিজ ইয়াৰ • |চ ৰজাৰ নিমন্ত্ৰণ মতে ৰাজধা' 'ঢাবক ও হে, আৰু আতাই ৰজাক এটি (স ) বৰি (দখুৱায় :- পুৰু শিৱসিংহ ৰাজ গা বাযন লৈ নাট কৰাই হষ লভি। নৰোৱ! ১ মাজে ঠ কৰক অদ্য। বব নাম ঘৰ সাজি দিল।” হৰিনাৰাণ দ্বিজ এই নাম ঘৰ সুৰনশিৰী নদী খহাই নিয়াত আতাই “চাওপৰা ওচৰত, ৰোমৰা পথাৰত, পুৰু গৃহ বাৰী কৰিলন্ত।” আৰু ইয়াতেই ৰাজাৰ অনুগ্ৰহত পুনৰ নাম ঘৰ তৈয়াৰ হয়। ৰামচন্দ্ৰ আতাই বিষয়ৰ ফালে অলপ মন দিছিল; তাৰ ফলত ৰজা শিৱসিংহে এৰ' আউনিআটি, দক্ষিণপাট আদি চাৰি সত্ৰৰ গোসাই দৰে আহিলা পাতি লৈ ৰজাৰ ওচৰত বহিব দিছিল।