পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাষস্থ সমাজৰ ইতিবৃত্ত। ১১৭ ‘পস্থিত হৈছে। যাৰ ঘৰত যি ভাল বস্তু আছে সেইবোৰ তৎক্ষণাত সংগৃহীত হয—গুৰুৱে চাউল সিজাই শিষ্যপুত্ৰসকলক লগত লৈ খাবলৈ বহে যেন পিতৃক বেঢ়ি ধৰি পুত্ৰসকলে হাঁহি-মাতি ভোজন কৰিবলৈহে এদিছে; গুৰুৱে খাই থাকোতে মাজে মাজে তেওঁৰ পাতৰপৰা দুই এটা খোৱ বস্তু শিষ্যৰ পাতত দিয়ে, য্যে দুৰ্লভ বস্তু পোৱাৰদৰে আনন্দে খাই পৰম তৃপ্তিৰে ভোজন কনে। খাই উঠাৰ পাচত গুৰুক নধৰতে থাকিবলৈ দিযা হয—শিব্যসকলৰ মনত নামঘৰত সেই দিনা শৰীৰধাৰী গোৰ্সই বাস হোৱা

    • বোধ হয়।

আবেলি পৰত গুৰু নামঘৰৰ টুপত বহে—তিৰোতাসকলে গুৰুক বেঢ়ি ধৰি ধৰ্মতত্ত্ব আলোচনা কৰে। ৭তি থাই উঠাৰ পাচত আৰু ৰাতিপুৱা পৰত পুৰুষসকলে গুৰুৰপৰা নানা ধৰ্মোপদেশ লবলৈ ধৰে। এই সমযত যদি গাৱৰ শিষ্যসকলৰ ভিতৰত লাগি থাকা বহুত দিনীয়া কাজিয়া প্লাষ গুৰুৱে তাকে। নষ্পত্তি কৰি দিযে। ৰু অৰু শিষ্যসকলৰ ভিতৰত প্ৰায় পিতা-পুৰৰ সম্বন্ধ-গুৰুসকলে শিষ্যসকলৰ জাতিৰ ভেদ-ভাৱ প। নাৰাখিছিল। বৈব-নমঃশদ জাতিৰ বাহিৰে প্ৰাম সবলে। জাতিৰ শিণ্যে শুৰুৰ অপৰা বমি ছিল; গুৰুসকলে শিষ্যৰ ঘৰত থাকোতে বহুত পৰমাৰ্থ তত্ত্ববিদ শিষ্যৰ ঘৰ তৈয়াৰী সকলে। বিধ ( নূন অগ্ৰিহেৰে ভোজন কৰিছিল। শিষ্যসকলে গুৰুক সবললা প্ৰবাৰে শ্ৰেষ্ঠ ভাৰ ৰা•িছিল কিন্তু ৭১ বলে শিষ্যসকলৰ নিজৰ সমান যেন বোধ কৰিছিল , আনকি ওৰুৰ পিতৃৰ বাসস্থ শিষ্যসব লক • গজ দশ ৩ব কৰিছিল আৰু কিছুমানৰ অপোনা আপুনি কওি সম্বোধ বৰিছিল। এইদৰে শিন্যবংশৰ দ্ধ আৰু বৃদ্ধাসকলে গুৰুক সে কৰিলেও শুৰৰে সেইসকলৰ প্ৰতি শ্ৰদ্ধা। •বি বাইছিল আৰু কোনো কোনোৱে শিবশৰ কোনো কোনো বৃদ্ধ ‘দাদ। আৰু বোনে। বোনে। সক ‘বে।' আদি সম্বোধনেৰে মাতিছিল। সাধাৰণ ভাবে শুৰুৱে শিষ্যক “বাছা” বুলি সম্বোধন কৰিছিল। এক সুখস্মৃতি; বৰ্তমানে এই ভৰি লাহে লাহে লোপ পাব ধৰিছে। অসম হিন্দৰ ভিতৰত নানা • থাকিলেও প্ৰভু শ্ৰীমন্ত শঙ্কৰৰ কৃপাত জাতিৰ ভিতৰত ভেদ ভাব নাছিল—পৰস্পৰৰ ভিতৰত • অসুস। নাছিল—অপমীমা বা কামৰূপী এক জাতি হৈ উঠিছিল। 1 গুৰু শিষ্যগাৱৰ বেৰল এক ঘৰতে নাছিল—শি ব্যসবৰ ৰাৰ যাৰ নামণৰ আছিল প্ৰায সবলো- 1 বৰ ঘৰতে শিষ্যৰ মনত আনন্দ দিবলৈ ব| বৰিছিল • পাচত যিদিনা শুৰ ঘৰলৈ আহে সেইদিন

  • যাৰ যি শক্তি সেই অনুৰূপে দক্ষিণা দিছ কৰে বিমানকে নাপাও ভাবেই “অধিক হৈছে”

| গহণ কৰি অশীবাদ দিছিল। গুৰুৰ তিথি-মহোৎসৱত শিষ্যসকলে পাৰাপৰিশ্ৰমে পিতৃ শ্ৰদ্ধৰদৰে উপস্থিত হবলৈ যত্ন কৰিছিল আৰু ক্তি অনুৰূপ দান কৰি কৃতাৰ্থ বোধ কৰিছিল। গুৰুৰ পুত্ৰ-কন্যাৰ বিবাহ, অন্নপ্ৰাসন, চূড়াকৰণ, উপনশন দিত ৩ কোনো কোনো শিষ্য উপস্থিত হৈ কুটুম্বৰদৰে উৰ', সোণা উৎসগা কৰিছিল। নিজ গাৱতে গুৰুঘৰ হলে ন খোবাৰ সময়ত গুৰুঘৰত চাউল একঠ। নিদিয়াকৈ নিজে নাখাইছিল। ৰু স্বৰ্গী হলে সকলো শিষ্যে উৎসৱ কৰি শ্মশানলৈ গৈ হৰিকীৰ্তন কৰিছিল। গুৰুসকলেও ওচৰকাৰ

    • সকলৰ সকলো উৎসৱত যোগ দিছিল। আনকি কোনো সন্ত্ৰান্ত শিষ্যৰ কন্যা বিয়া দিযাৰ সমযত
  • শশুৰু দৰ্শক স্বৰূপে বিবাহ উৎসৱত উপস্থিত আছিল (আজি কালিও ঠায়ে ঠাযে এই দস্তুৰ আছে)।

. 4 1