কায়স্থ সমাজৰ ইতিবৃত্ত। ত্যাগ। পাচত হৰিগুৰুদেৱে নাৰায়ণপুৰ এৰি ব্ৰহ্মপুত্ৰৰ ওচৰৰ বহুৰিত বাস কৰে। ৰিপৰা শ্ৰহৰি পায়ে পাটবাউসীলৈ অহা-যোৱা কৰিছিল আৰু তাত প্ৰভুৰ লগত ধৰ্মচৰ্চা কৰিছিল। ছবি : লোৱা সম্বন্ধে লিখিছে- শ্ৰীশঙ্কৰ নামে আসি অৱতাৰ হৈব। জ্ঞান-ভক্তি উপদেশে লোক নিস্তাৰিব। লোক তাৰিবাক হেতু পৃথিবী আসি। হৰিদেৱ ব্ৰাহ্মণত কহিব প্ৰকাশি। [ দ্বিজ বানেশ্বৰ আৰু দ্বিজ দিবাকৰ ৰচিত-শ্ৰীহৰিদেৱ চবিত্ৰ—৩৭ পৃষ্ঠা। প্ৰকাশক-শ্ৰহৰিনাৰায়ণদেৱ গোস্বামী আৰু শ্ৰীকৰুণাকান্ত বৰুৱা বি, এ, (পাচত) বি, টি।] নীলকণ্ঠৰ ৰচিত শ্ৰীদামোদৰদেৱৰ চৰিতত শ্ৰীশঙ্কৰৰপৰা ধৰ্ম লোৱা মহাপুৰুষসকলৰ নামৰ লগতে ৰে নাম পোৱা যায় “লোকোণা গোবিন্দ ভঙিযা শঙ্কৰক। তান আজ্ঞা লৈয়া লৈ। চম্পাতলক। ১৯৩ লোক ভজাইলন্ত শঙ্কৰৰ আজ্ঞা পাই। সব নিৰ্মিল গৈয। তেহে সেহি ঠাই। হৰিদেৱ গৈ। পাছে আদেশব পাই। সৰ্তক থাপিয়া ৰৈলা লোকব ভজাই।” ক্ৰমশঙ্কৰ গুৰু পাচৰবাৰ তীৰ্থ লৈ যাওঁতে লগত যোৱা ভক্ত সকল “শুনা মিত্ৰ ৰাম ৰাম 'শুনা গুৰু দামোদব শুনা নাৰায়ণ মহাশয়। গোবিন্দ পৰমানন্দ উদাৰ' গোবিন্দ চা- শুনা হৰি হৰি ৰাম ৰায়। শ্ৰীৰাম বললাম বলভদ্ৰ অনুপম শুনা তুমি জয়ন্তী মাধৱ। হৰিগুৰু জতিম বণিয়া ভাবোৰা দাস গুনা সবে কৰিয়া উৎসৱ॥৩৭৪৭ দৈবজ্ঞত পৰে বলো সবাকে শুনায়। কলো আনো যত আছা মোৰ সঙ্গে। কৰিয়ো যতন আকে যাৰ যাৰ যাইবে লাগে সাৱধান হয়ে সবে বঙ্গে। হেন শুনি ৰঙ্গ ভৈল খনটা গুদুড়ি লৈলা লৈলা ধন তাহাতে লুকাই।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/১১৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/c/ca/%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu/page118-1024px-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%BE%E0%A6%9A%E0%A7%80%E0%A6%A8_%E0%A6%95%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A7%82%E0%A6%AA%E0%A7%80%E0%A6%AF%E0%A6%BC_%E0%A6%95%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%B8%E0%A7%8D%E0%A6%A5-%E0%A6%B8%E0%A6%AE%E0%A6%BE%E0%A6%9C%E0%A7%B0_%E0%A6%87%E0%A6%A4%E0%A6%BF%E0%A6%AC%E0%A7%83%E0%A6%A4%E0%A7%8D%E0%A6%A4.djvu.jpg)