পৃষ্ঠা:নামঘোষা.djvu/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮৪ ]

জয় হৰি ৰাম ॥ ৬৬ ॥ কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম । মধু মুৰমথন মুৰি হৰি ৰাম, কৃষ্ণ কৃষ্ণ ৰমি ॥ ৬৭ ॥ ৰাম কমলাপতি তুমি অগতিৰ গতি ভকতি মিনতি স্তুতি নজানো॥ পামৰ মতি॥ ৬৮ ॥ গোপাল জয় ৰাম। গােবিন্দ জয় ৰাম॥ ৬৯॥ গােপাল গােবিন্দ ৰাম কৃষ্ণ মুকুন্দ॥ ৭॥ গােবিন্দ গােবিন্দ দৈবকীনন্দন হৰি ৰাম নাৰায়ণ ॥ ৭১॥ গােপাল গােবিন্দ মুকুন্দ ৰাম॥ ৭২ ॥ হৰি ৰাম শ্ৰীৰাম জয় জয় ৰাম ৰাম ॥ ৭৩॥ এ ৰাম জয় ৰাম জয ৰাম জয় ৰাম। ও হৰি ৰাম ৰাম জয় জয় ৰাম ॥ ৭৪॥ শিৱ শিৱ শিৱ শিৱ শিৱ। শিৱ সনাতন জগজীৱ ॥ ৭৫॥ মাধৱ মাধৱ মাধৱ মধুৰিপু। মুৰাৰিএ হৰি হৰি ৰাম । গােবিন্দ কৃষ্ণ হৰি হৰি ৰাম॥ ৭৬॥ নাৰায়ণ নিৰঞ্জন নিৰাকাৰ নিৰা- ময়, মুৰাৰিএ হৰি ৰাম ॥ ৭৭॥ প্রাণ গােপাল দীনবন্ধু নাৰা- য়ণ ॥ ৬৮ ॥ হে হে পৰম গুৰু হৰি পুরুষােত্তম হৰি পুরুষাে- ওম। পুরুষােত্তম পুরুষােত্তম জয় পুরুষােত্তম ॥ ৭৯॥ ৰাম কৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ জয় নাৰায়ণ ॥ ৮০ ॥ মোৰ প্রভু নাৰায়ণ পৰমানন্দ হৰি পৰমানন্দ। পৰমানন্দ পৰমানন্দ হৰি পৰমানন্দ ॥ ৮১॥ ৰামকৃষ্ণ ৰামকৃষ্ণ প্রভু দেৱ নাৰায়ণ , নাৰায়ণ। নাৰায়ণ ৰামকৃষ্ণ ৰামকৃষ্ণ প্রভু দেৱ ॥ ৮২॥ ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম ৰাম। পতিতপাবন হৰি গুণে অনুপাম ॥ ৮৩॥ গােপাল গােবিন্দ হৰি ৰাম ৰাম ৰাম। ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম ৰাম ॥ ৮৪॥ পৰম পুরুষ শিৱ সনাতন। অনন্ত অচ্যুত নিত্য নিৰঞ্জন॥ ৮৫॥ ৰাম