পৃষ্ঠা:নামঘোষা.djvu/৮৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৮৩ ]

দীনবন্ধু গােবিন্দ ॥ ৪৩॥ মােৰ ইষ্ট দেৱ যাদৱ ৰায়। সেৱা কৰিবাৰ নামে উপায়॥ ৪৪॥ গােবিন্দ জয় কৃষ্ণ জগত জীৱন ৰাম ॥ ৪৫ ॥ সহজানন্দ হৰি স্বৰূপানন্দ। হৃদয়ানন্দ হৰি পৰমানন্দ॥৪৬॥ গোপাল গােবিন্দ ৰাম মাধৱ৷ ভকত জনৰ তুমি বান্ধৱ ॥ ৪৭॥ গােপাল গােবিন্দ গরুড়কেতু। ভকতৰ ধন জীৱনহেতু॥ ৪৮ ॥ ৰাম নিৰ ঞ্জন নিৰাময় । জয় জগন্নাথ দয়াময়॥ ৪৯ ॥ গােবিন্দ গােবিন্দ গােবিন্দ নাম। পতিত পাবন তোমাৰ নাম ॥ ৫০॥ হৰিৰাম শ্ৰীৰাম বামন পৰশুৰাম ॥ ৫১॥ মুকুন্দ মুৰাৰি দীন- দয়াশীল হৰিৰাম ॥ ৫২॥ কমললোচন দুঃখ মোচন মূৰাৰি ৰাম ॥ ৫৩ ॥ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম । ৰাম নাৰায়ণ ৰামকৃষ্ট ৰাম ॥ ৫৪॥ বনমালী গােবিন্দ ৰাম কৃষ্ণ হৰি ॥৫৫॥ জীৱৰ জীবন ধন মুকুন্দমূৰাৰি নাৰায়ণ॥ ৫৬ ॥ ৰাম কৃষ্ণ হৰি অনন্ত মুৰাৰি হৰি নাৰায়ণ। ভকত জনৰ দুঃখ ভয়- হাৰী এ হৰি নাৰায়ণ॥ ৫৭॥ নমো নাৰায়ণ নমো নাৰায়ণ। নিৰঞ্জন নিৰাকাৰ নিৰ্ব্বিকাৰ নিৰাময় নৰোত্তম সম সনা- তন॥ ৫৮॥ ৰাম হৃষীকেশ গােবিন্দ হৃষীকেশ ॥৫৯॥ গােবিন্দ ৰাম গোবিন্দ ৰাম কৃষ্ণগােবিন্দ ৰাম ॥ ৬০ ॥ এ ৰাম ৰাম কৃষ্ণ ৰাম নাৰায়ণ ॥ ৬১॥ হৰি ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম ॥ ৬২ ॥ ৰামকৃষ্ণ ৰামকৃষ্ণ ৰাম ৰাম ৰাম নাৰায়ণ ॥ ৬৩॥ জয় ৰামকৃষ্ণ ৰামকৃষ্ণ ৰামকৃষ্ণ হৰি ॥৬৪॥ ৰামকৃষ্ণ ৰামকৃষ্ণ শিৱ সনাতন তুমিসে গােবিন্দ ভকতৰ নিজধন॥ ৬৫॥ জয় হৰি ৰাম জয় ৰাম, পৰম মঙ্গল মাধৱৰ গুণ নাম