পৃষ্ঠা:নামঘোষা.djvu/৬১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৫৬ ) মহিঙ্গা কানে নিঃশেষ। তত্ত্ব রূপে সখি জানি মোক, তৰি দুর্ঘেৰ দুঃখ শােক, অন্তকালে গৈয়া আমাত হবে প্রবেশ ,৩ || কৃষ্ণ নিগদতি সব্যসাচি, পার্থ তত্ত্ব লৈয়ো বাচি, সুদৃঢ় বিশ্বাসে শৰণ লৈয়াে আমাত। মােতে মাত্র সদা দিয়া চিত্ত, গায়ে মােৰ গুণ নাম গীত, সকল শাস্ত্ৰৰ কহিলো সাৰ সাক্ষাত ॥ ৩১ || ছবি।। ভগৱন্ত ভক্তি যুক্ত, পুরুষৰ আত্ম বোধ, মাধৱৰ প্রসাদে মিলয়। কৃষ্ণৰ কৃপতি তেবে, গুচয় সংসাৰ ভয়, এহিসানে গীতাৰ নির্ণ। ৩২। লেচাৰি ৷৷ জানা শ্ৰীৰাম নাম নিজ, সমস্ত শাস্ত্ৰৰ মূল বীজ, সঞ্জীবনী প্রায যাৰ মনে প্রবেশ । যদি হলাহল পাম কৰে, প্রলয় বহ্নিত যদি পৰে, মৃত্যুৰ মুখত প্রবেশিলে নাহি ভয় ॥ ৩৩ পূর্ণ শশী পুর্ণ দুগ্ধ সিন্ধু, সিমত প্রকাশ ন কৰষ, কমনীয় লক্ষনী বদনা সিমত নয়। ঈশ্বৰ কৃষ্ণৰ পাদপদ্ম, ভজিম্পৃহহীন ভৈল যিতাে, সিতো গন গােট যিমতে শােভা কৰয় ॥ ৩৪। শ্রীমুকুন্দৰ নাম গুণ, কীৰ্ত্তন প্রকাশে যি দিশত, সি দিশক প্রতি নমস্কাৰ যিতো কৰে । চিদানন্দ ঘন স্বরূপত, ঈশ্বৰ কৃষ্ণত নিত্যাগত, পৰম আনন্দু কৰে দিতে। সাধু নৰে}}৩৫ ||, হৰি ভক্তি ৰাজ মার্গ, গুরু পদ নখচন্দ্র প্রকাশিত, শ্রুতি জননীৰ পদ পথ অনুসৰি । ফুৰা হুয়া আমি আনন্দিত, স্থলন নাহিকে কদাচিত, মহাজন মৰে জানিষা নিশ্চয় কৰি ৷৷ ৩৬। নিন্দা । ঐ লন্ত শঙ্কৰে প্ৰকাশিলা, গোবিন্দৰ নাম