পৃষ্ঠা:নামঘোষা.djvu/৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৰ ৰা নাৰ সৈয়ে। মিছা আল লা কাজ পাশ কৰি শৈয়ে। ১২১। ৰাম কৃষ্ণ বোল মন ৰাম কৃষ্ণ বোল। কাৰ সংসাৰ মুখ ভাৰ আপ তোেল। ১২২#হৰি পয়ে = মন ৰ পাৰে। ঘৰ আশা নদী মাঝে মিহা ত ন ১২৩৪ ৰাম নাম লৈয়া মন তেজ আশা আন। ত। সনে পাতা নামৰ দোকান। ১২৪ ভজ মন পই তেজিয়া হৰি পায়। সৰ্ব সাক্ষী হৰিত কপট মুয়ায় ১২৫। গোপাল গোবিন্দ ৰাম বোল পাপি মন। অন্যায় নৰক লগে সাক্ষী চৈধ্য জন। ১২৬। ৰাম কষ্ট হৰি মম বুলিয়ে যতনে। ব্ৰহ্মাৰ দুৰ্লভ নাম তাৰে হেল। কেনে। ১২৭৷ মন বোল ৰাম কৃষ্ণ পৰম আনলে মুকুতি তেজিষা জপে সনক সনন্দে | ১২৮॥ প্ৰাৰ্থনা। হে প্ৰাণ বন্ধু কৃষ্ণ কৃপাৰ ঠাকুৰ। অনু এক ৰু দয়া মায়া হোক দূৰ। ১২৯ || জয জয কৃপাময় দেয় যদুপতি। তোমাৰ চৰণে মাগো অমুল্য ভকতি ১৩০। হে হে পৰমান কৃষ্ণ কৃপাসিন্ধো। অতি অনিন্দ ৰস মাগো একবিন্দু। ১৩১। পতিত পৰিয়া ৰৈশে এভৰ পাগৰে। পতিত পাবন নাম ভৈল কিবা তৰে। ১৩২। ৰুণ চৰণে মই পাপীক তাৰিয়ে। পতিত পাবন নাম সফল কৰিয়া। ১৩৩। আতু তৈলোহে হৰি বিষয় ফি। কফি উৰ মেৰু চৰ কমালে। ১৩৪। হে কৃষ্ণ নাথ কৰা পৰিত্ৰাণ। তনু নাৰ বুৰি আগে কে গিয়নি। ১৩৫। নাম ধন দিয়া মোৰে স্কিা