পৃষ্ঠা:নামঘোষা.djvu/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

( ১৯ ] ইন্দ্রিয়ক বুলি, কৰন্ত তাক পালন। এতেকেসে তা,, বােলয় গােপাল, জানিবাহ মহাজন । ১২। ইন্দ্র আদি দেৱে, গােৰ ইন্দ্র পাতি, কৰিলন্ত অভিষেক। পৰম প্রসিদ্ধ, গগাবিন্দ নামক, ধৰিলা হৰি প্রত্যেক। ১৩। দেশে কালে তাঙ্ক, একোৱে প্ৰকাৰে, কৰিতে নপৰে অন্তু। এহি হেতুতেসে, ঈশ্বৰৰ নাম, প্রসিদ্ধ ভৈল অনন্ত। ১৪। যত বেদবাদী, বেদক বিচাৰি, কৰিতে নপৰে আদি। এতে কেসে তান, পৰম প্রখ্যাত, হুয়াছে নন অনাদি । ১৫। অধম পুরুষাে, হােয় উত্তম, •ভজিয়া যাৰ চৰণে । পুরুষােম, নামক ধৰিয, আচন্ত এহি কাৰণে। ১৬। কৰ পদে ইতো, দেহক বোলয়, শদে ব্ৰহ্ম। দুইত কৰি হৰি, উত্তম নিমিত্তে, প্রখ্যাত পুরুষােত্তম । ১৭। কৰ্ম্ম অনুসাৰে, ইতো জগতক, পাল হৰি সাক্ষাত। এহি হেতু তেসে, জগন্নাথ নাম, আচয় হুয়া প্রখ্যাত। ১৮ | প্রকৃতি পুরুষ, দুইতাে কৰি পৰ, দুই হানো নিজ কাৰণ। পৰম ঈশ্বৰ নামক ধৰিয়া আচা তাতে নাৰায়ণ ॥ ১৯ । ঈশ্বৰৰ সেৱা, কৰান্ত জীবৰ, গুচয মায়া, ভ্রম। ব্ৰহ্মপদে শুদ্ধ, জীৱক বুলিয়, ঈশ্বৰ পৰমব্রহ্ম। ২০ অন্তর্যামী রূপে, জীৰ আদি কৰি, নিয়মন্ত সমক। এহি হেতুতেসে, পৰমাত্মা পদে, বুলি জানা ঈশ্বৰক ৫ ২১ ব্ৰহ্ম পৰমাত্মা, কৰিয়া যিহেতু, ঐশ্বর্য্যৰ নাহি আন্ত। এহি হেতু মহা, মহন্ত সকলে, বলে তা ভগৱন্ত। ২২। নিজ ভক্ত পদে, গরুড়ক ধ্বজ, কৰিলা হৰি যিহেতু। সেহিসে ০