এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৬
স্বৰগ সুখৰ থান।
৩
জলি থকা অগ্নিৰ সিখ্যা
আচে প্ৰেমৰ সৰ্বদাই,
কোটি কোটি কল্প গলেও
সেই প্ৰেম অগ্নি নু নুমাই।
মৰ্ত্য লোকৰ মনত কাৰো
ন জনমে এনে সুথ,
জগতৰ সকলো কালত।
কেৱল মাথোন হৈচে দুখ। ন. ল.
১৪০
Happiness of Heaven.
Rosefield. 7.
১
অতি ৰহস্য প্ৰভুৰ থান
সাধু লোক বৰ ভাগ্যৱান;
নিস্পাপি লোক হইগৈ দুত,
সদাই পাই অনন্ত মুকুট।
২
নাই সংসাৰিক ভোজন পান,
অম্ৰিত ভুঞ্জি ত্ৰিপ্তি মান,
ধন্য কৰি প্ৰভুৰ হিত
পবিত্ৰ পবিত্ৰ গিত। ব. দ.