গুপ্তভাৱে কৰিম যুগুতি যিবা হয় সভাসদে মিলি। ফলিব সুফল জানাঁ সাদিনৰ পাচে। ৰজা।—মানিছোঁ আশ্বাস। উঠো তেন্তে আজিলই; যোৱাঁ ঘৰাঘৰি। সাদিনত কাৰ্য্য সিদ্ধি হয় যেন ভালে, ৰাখিব মনত সৱে। (প্ৰস্থান)