( ৪২ ) মোৱামৰীয়ার অত্যাচাবত অনেক মানুহ মরি হাজি দেশ এরি বিদেশলৈ গৈ ইংরাজ রাজত্বৰ আৰম্ভনত মুঠেই ৮ লখিত পরিছিলগৈ । এতিয়া কোনাে রকমে আজি এশ বছৰে ১৯ লাখ হৈছিল, কিন্তু এতিয়া অসম দিক দিনে বিদেশিৰে ভৰি পৰিব ধৰিছে। বৰ্ত্তমান বিদেশী যখ্য কুলি, হিন্দুস্থানী বঙ্গালী, মৈমনসিঙ্গীয় মুচলমান সকলো মিলি ২৩ লাখ হৈছে। এতিয়া এই অসমীয়া জাতিটো বিদেশীৰ হেচার মাজত। আমি অসমীয়াই এই হেচাৰ মাজ ত তিষ্টি থাকিবলৈ হলে আমার প্রত্যে কেই আন জাতৰ লগত দ্বেষ নকৰাকৈ, হাই কাজীয়া নকৰাকৈ শান্তিৰে পরস্পরে পরম্পরর হায় লৈ নিজ নিজ উন্নতিত অৰ্গ বাঢ়িব লাগিব। তেহে আমি এই জীৱন যুজত তিমি, নহলে আমার অসমীয়া নাম নুমাব। বিদেশীর হেচাত আমার অস্তিত্ব হেরাব। এতেকে মােব চুতীয়া ভাতৃ সকল। আপােনালোকে অপােন লোকর লরা ছোৱালী বিলাকক সকলো বিষয়তে শিক্ষিত করি তোলক। নিজে নিজে ত্যাগ স্বীকার করিও সিহতক শিক্ষা দিয়ক। এলাহ নিহলি এরি আপােনালােকে কৰ্ম্মত লাগি যাওক। যি সকল মদ ভাং কানি ইত্যাদি কোনাে নিচাত রাপ আছে সেই সকলে এই বিলাক দৃঢ় প্রতিজ্ঞ হৈ এরি ডেকা সকলক সজ আহি দেখুৱাওক। ডেকা সকলে বুঢ়া বেথা সকলৰ সহায় সহানুভুতি আৰু
পৃষ্ঠা:ছুটিয়া বুৰঞ্জী.djvu/৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/9/92/%E0%A6%9B%E0%A7%81%E0%A6%9F%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80.djvu/page52-918px-%E0%A6%9B%E0%A7%81%E0%A6%9F%E0%A6%BF%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%81%E0%A7%B0%E0%A6%9E%E0%A7%8D%E0%A6%9C%E0%A7%80.djvu.jpg)