পৃষ্ঠা:চিত্ৰ-ভাগৱত.pdf/৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চিত্ৰ-ভাগৱত
चित्र-भागवत
( ৭১ )
 নাগপত্নীসব।  কালিয়ে হাতজোৰে কৃষ্ণক তুতি কৰিছা। কালিক কৃষ্ণে বিদায় দিছা।  

হাতযোৰ কৰি থিয় দি আছিল। কালীয়ই ধূপ, নৈবেদ্য আদি কৃষ্ণৰ আগত দি স্তুতি কৰাত কৃষ্ণ সন্তুষ্ট হৈ আগ হাত দাঙি আশ্বাস দি কলে যে, 'হে কালীয়, তুমি এই ঠাইৰপৰা আন ঠাইলৈ যোৱা।’ কালীয়ই কৃষ্ণৰ আদেশ ক্ৰমে সেই ঠাই এৰি আন ঠাইলৈ যাবলৈ আৰম্ভ কৰিলে।

 

 কালীয়ৰ সপৰিবাৰে কালিন্দী হ্ৰদ ত্যাগঃ— কালীয়ই কৃষ্ণৰপৰা বিদায় লৈ গল। নাগপত্নী আৰু নাগশিশুবিলাকো

स्तुति की तो भगवान् कृष्ण संतुष्ट होकर आश्वासन देते हुये कहा “हे कालीय! तुम इस जगहसे दूसरी जगह चले जाओ।" कालीयने कृष्णके आदेशानुसार उस जगहको छोड़ दुसरी जगह जानेका वचन माना।

 
 कालीय नाग द्वारा कालिन्दी ह्रदका परित्याग : कालीय कृष्णसे विदा लेकर चला गया। नागपत्नी और नाग-