পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

।৹

১৭৩৮—৩৯ শঁকত (ইং ১৮১৬—১৭ খ্ৰী:) বদনচন্দ্ৰ বৰফুকনৰ দোষত আহোম ৰাজ্য ধ্বংশ পালে।

 এই ঐতিহাসিক প্ৰকৃত ঘটনাটিকে অবলম্বন কৰি "কমতাপুৰ ধ্বংশ বা সাদৰী” কাব্য ৰচনা কৰা হল। নীলাম্বৰ ৰজাৰ ৰাণীৰ নাম সাদৰী। সময়ত, বহুত কথা নতুনকৈ সৃজন কৰা হৈছে।

কিমধিকমিতি।
     শ্ৰীহিতেশ্বৰ বৰ বৰুৱা।