হিন্দুস্থানৰ বুৰঞ্জি। ১৩১ আমি জি কালৰ বিবৰন কৈচো, সেই কালত কনৌজপুৰ হিন্দুস্থানৰ ৰাজধানি। আচিল। সেই কনৌজ গজনিনৰ পৰা তিনি মাহৰ বাট, আৰু সাতখন নদিৰ সিপাৰে আচিলে হিন্দুস্থানৰ ইতিহাসত লিখা আচে বোলে, কনৌজ নগৰ পতাৰ ১৫০০স বচৰৰ পুৰ্বে আজোধ্য। হিন্দুস্থানৰ ৰাজধানি আচিল, আৰু অজোধ্যাৰ ৰাজ বঙ্গহৰ কোনো এজনে সেই কমৌজপুৰ নগৰ পাতিলে, আৰু লোকবিলাকে কই বোলে, আগেযে সেই নগৰমেৰে ৫০ ক্ৰোচ হৈচিল। কনৌজপুৰ নগৰ ২৮০০ বচৰৰ আগেয়ে পতা হৈচিল বুলি মানুহে বুজে। বহুকাললৈকে কনৌজপুৰ ৰাজ্যৰ অধিকাৰ বিলাক বৰ পৰাক্ৰমি আচিল, সিবিলাকৰ মাজৰে সিংহ নামে এজন ৰজাৰ এক লাখ ঘোবা সেনা আৰু চাৰি হেজাৰ বনু হাতি; আৰু চাৰি লাখ সেনা লৈ পাৰ্টিৰ বাদস্তাহ আপৰাচৰ লগত বণ কবিচিলে। বাবে সবচৰ আগেযে সেই নগৰত ইমাত অধিক লোক হোত তত ৩০৫০ হেজাৰ তামুলিৰ বজাৰ, আৰু ৬০,০০০ হেজাৰ বাদ্যকৰ বিলাকে ৰাজ কৰ দিচিল। এনেকৈ গননা কৰাত কেৱল ইতিহাস বনিবৰ হেতুকে বিচু অধিবকৈ লিখা হব পাবে, তথাপি তাৰ কেতবোৰ গুচালেও তাৰ দোআৰাই কেনে ধন সোনেৰে এই নগৰ পুৰ হৈ আচিল, তাক কিচু বুজ। জাই।। | মহমদে অষ্টম বাব ভাৰতবৰ্শলৈ আহোতে তিনিমাহলৈকে তেওঁ বৰ দুখ পাই তিবেত দেসৰ পবতিযা বাটে দি কনৌজপুৰ নগৰলৈ আহিল। হিন্দুস্থানৰ বুৰঞ্জি লিখবিলাকে বোলে, জেতিযা মহমদ সেই নগৰৰ ওচৰ পাইচিল, তেতিয়া আপোনাৰ আগে আকাস চোখ। অৰ্থাত ঐসৰ্জ, বিভুতি আৰু শক্তিৰে অদ্বিতিয এখন নগৰ দেখিলে। তাৰ ৰজা বগা আৰু মিচা অভিমান আৰু উৰ্জস্বল আচিল, আৰু তাৰ সেনা সেনাপতিবিলাকো আপোনাৰ অধিকাৰৰ নিচিনা স্বভাও হৈ সক্তি হিন হল। জেতিয়া সেই নগৰব অজুগুত হৈ থকা সৈন্যবোৰৰ ওপৰত মহমদৰ তাতাৰ আৰু আফগানৰ সৈন্তবিলাকে অকস্মাত আক্ৰমন কৰিলে, তেতিযা প্ৰজা- বিলাকে বিস্মই মানি ভযাতুৰ হল, আৰু সেই দেসৰ সৈন্যবিলাক সংখ্যাত অধিক হোআততা অপপানাৰ অধিকাৰৰ দৰে দুখত মগ্ন হৈ জুধত বলে নোআৰি চাৰিওফালে পলাই গল; আৰু সেই ৰজা মহমদৰ ওচৰলৈ আহি নম্ৰভাৱে ক্ৰিপা মাগিলে তাতে মহমদে তেতিখনে খেমা কৰিলে। ভাৰতৰ ৰাজধানি বুজি চুলতানৰ হাতত দিয়া হল, তেও নগৰ খনক লুট কৰি সেইঠাইতে সৈন্য সমনিতে দিনে ৰাতিএ তিনি দিন থাকিল।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৫১
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/1/1e/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v3p1.djvu/page151-989px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%B8%E0%A6%BE%E0%A6%B9%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A6%AF%E0%A7%B0_%E0%A6%9A%E0%A6%BE%E0%A6%A8%E0%A7%87%E0%A6%95%E0%A6%BF_v3p1.djvu.jpg)