অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব from তিল (sesamum); ফুটানি (pride, ostentation) from ফুট (glory); ফুটনি (deficiency) from ফুট (short); জুৰণি (a cooling draught) from জুৰ (cool); জেনি (dampness) from জেকা (damp); ইত্যাদি। ৪৮৪। মুল (Derivation) এই প্রত্যয়ৰ মূল সংস্কৃত তদ্ধিত ত্ব’ আৰু বৈদিক জন প্রত্যয়। প্রাকৃতত আৰু অপভ্রংশতাে এই প্রত্যয় ও, ঔণ হয় (হেমচ. ২১৫৪, ১৭২; ৪৪৩৭)। যেনে, বৈ. দ্রকান (of greatness)= বা, অপ, বড়ণহাে। প্রাকৃত স্ত্রীলিঙ্গত কন্ প্রত্যয় ওণিমা (=ণিকা) হয় আৰু ও ইং হলে অণিমা হয়। প্রাতিপদিকৰ অন্তত থকা অ যােগ কৰিলে এই প্রত্যয় অঅণি, বা অইআ হয়। তাৰ পৰাই অসমীয়া অনি, আনি প্রত্যয় ওলাইছে। এই প্রত্যয় মূলত স্ত্রীলিঙ্গ। কিন্তু আমি তাক ক্লীবলিঙ্গৰ দৰে ব্যৱহাৰ কৰো। সিন্ধী ভাষাতত তেনে হয়। যেনে, অচ্ছাণি (whiteness ), কৰাণি (blackness), বড়াণি (greatness )। আর প্রত্যয় কিন্তু স্ত্রীলিঙ্গ নহয়। প্রাকৃত ‘’ প্রত্যয়ৰ ‘’ লােপ হলে আৰু প্রাতিপদিকৰ শেষত থকা অ যােগ হলে অঅ প্রত্যয় হয় আৰু প্রাতিপদিকৰ শেষত আর্থিক অ ( =ক) যােগ কৰিলে এই প্রত্যয় অঅঅঅঅ হয়। উচ্চাৰণৰ সুবিধাৰ বাবে এই আঅ প্রত্যয় আৱ কৰা হয় ( ৩২)। যেনে, স. ফুট (act of making famous ), প্রা, ফুটত্তণ, স্ত্রী ফুটণিঅ= ফুটঅণিআ, বা স. ফুটকত্ব, প্রা, ফুটঅত্তণ, স্ত্রী, ফুটঅণিআ = ফুটঅঅণিআ= ফুটণিকা, অস, ফুটনি, ফুটানি। স, উধ্বম্ (height), প্রা. উধ্বত্ত বা উঘঅভাে= উধ্বঅও= উধ্বাও = অস. উধাৱ। | পঞ্চৱিংশ বিধ . সা. লি. ১। অমি সমূহ বা তাত হােৱা অৰ্থত সংজ্ঞা-শব্দৰ পাচত ‘অনি’ প্রত্যয় হয়। যেনে, বেতনি (a place abounding in cano), স, তেন্ from ৪৮৫। ২। Macd. vedic Gramm, ৪ ১৮২২, যেন সখি (friendship),
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৫৫৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/db/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.djvu/page554-1017px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.djvu.jpg)