অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব বিভক্তি একবচন বহুবচন ৬। তোমাৰ, তযু, তুৱা, তব, তােহ মাৰ, তোমাসা, তোমাথেৰ, | তােহাৰি, তােহৰ, তােহ, তােৰসৱৰ, তােমৰসৱৰ০, ইত্যাদি। মাৰ৬, তােহােৰ ৭। তােমাত১১, তােহ মাত তােমাসাত, তােমাঠেত১৩, ইত্যাদি। যুগ্ম শব্দ (Second personal pronoun) . ৩১৭। (ক) বর্তমান অসমীয়া : তই শব্দ (তুচ্ছার্থে—thou) একবচন বহুবচন তই ( তৈ, তয় ) তহঁত, তহঁতে। তােক তহঁতক ততাৰে, তােৰ বাৰ, তহঁতেৰে, তহঁতৰ দ্বাৰা, তােকদি তহঁতকদি তােক, তােলৈ, তােক লাগি। তহঁতক, তহঁতলৈ, তহঁতক লাগি তােৰ পৰা তহঁতৰ পৰা তােৰ ৭। তােত। ‘লাগি’ বিভক্তি নামনি অসমত হে চলে। ১। নধৰিলা সমুদ্রে তােমাৰ মৎস্য কায়া। -শঙ্কৰ ২। তম্ভ নাভি কমলত ব্রহ্মা ভৈলা জাত। শঙ্কৰ ৩। তুৱা বিনে আছে আৰ তাৰক কে ? -শঙ্কৰ ৪। এক শৰে শ্ৰেষ্ঠ ভাই মৰিল তােহাৰি। —মা. ক. ৫। ৰাৱণে বােলয় জানাে তােহৰ প্ৰতাপ। —মা. ক. ৬। দূতৰূপে আসি আছছা তােহ মাৰ চৰণে। —আ. ক. ৭। তােহােৰ বাপৰ ভাই জগতে বিদিত। —মা, ক. ৮। তােমাৰ দেখাে আজি প্রসন্ন বদন। -মা. ক. । তােমাথেৰ সঙ্গে কৃষ্ণ কথা শুনিবাে। দৈ. ১। কি কহিবো আৰ, তােমৰাসৱৰ কথা শুনি বিমৰিষ। —মা. ক, ১১। গােসানী বােলন্ত বাপু তােমাতেসে আশ। —দৈ. ১২। কহাে তােমামাত সাৰ সকলাে শাৰ। —মা. দে, ১৩। তােমাঠেত বিনে গুৰু আন নমানিবাে। দৈ,
পৃষ্ঠা:অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব.djvu/৩৪৮
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/d/db/%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.djvu/page348-1017px-%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%AC%E0%A7%8D%E0%A6%AF%E0%A6%BE%E0%A6%95%E0%A7%B0%E0%A6%A3_%E0%A6%86%E0%A7%B0%E0%A7%81_%E0%A6%AD%E0%A6%BE%E0%A6%B7%E0%A6%BE%E0%A6%A4%E0%A6%A4%E0%A7%8D%E0%A6%A4%E0%A7%8D%E0%A6%AC.djvu.jpg)