পৃষ্ঠা:অঙ্কুৰ.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(গুৱাহাটি) অঙ্কুৰ। আহাহে পথিক জন চোঁৱাহি এবাৰ ৰই চাই চাই জুৰুৱ। নয়ন। ফুল। আছিলা এদিন নিকুঞ্জ বনত নবীন প্ৰতিভা লই, তৰুণ লাবণ্য মন মোহ। কপে ফুলনী শোভিত হই।

  • নগাওঁ অ, ভা, উ, সা, ত—পাঠকৰা।

a