পৃষ্ঠা:অঙ্কুৰ.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বশিষ্ঠাশ্ৰম। প্ৰকৃতিৰ লীলাভূমি— কবিৰ কল্পনা পুৰি সৌন্দৰ্য্যৰ এই মহা থান, পথ শান্ত পথিকৰ জিৰণিৰে৷ এই ঠাই নিতে গীত গাই সমিৰণ। সন্ধ্যা, ললিতা, কান্তা, তিনিজনি বাই ভনী, নিজানৰ পৰ্ব্বত জীৱৰী, কুলু কুলু সুৰ ধৰি অহৰহ বই আছে— মুনিবৰ উদ্দেশ্য সুৱৰী। 9