পৃষ্ঠা:অঙ্কুৰ.pdf/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯২৩ অঙ্কুৰ। নৈবেদ্য বিহীন ধৰিছে৷ চৰণে পৰি, অজ্ঞান আন্ধাৰ আজোখা শৰাই গুচাই মনৰ দিয়া আগুৱান কৰি। জ্ঞানৰ শলাৰে হৃদয় জ্বলোৱা পুৰুৱা মনৰ কাম, সুখে দুখে যেন কদাপি নুভুলো নগাওঁ (বোৰ্ডিং) মুখত তোমাৰ নাম।