জতুৱা ঠাঁচ সূচী অ-ঈ
জতুৱা ঠাঁচৰ সংগ্ৰহ সম্পাদনা কৰক
|
অ সম্পাদনা কৰক
- অৱস্থা চাই ব্যৱস্থা
- অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা।
- অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ।
- অভুৱা ভৰা : মিচা কথা কৈ দায় সৰা।
আ সম্পাদনা কৰক
- আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা।
- আলাশৰ লাড়ু : অতি মৰমৰ।